menu-iconlogo
huatong
huatong
avatar

Jaan Oi Dekhate Lage Val

Krishnamoni Nathhuatong
BIJIT_শিৱসাগৰীয়া💢🎸huatong
Lirik
Rakaman
গীত : জান ঐ দেখাতে লাগে ভাল

এলবাম : মৰমৰ লগৰী

কণ্ঠ : কৃষ্ণমণি নাথ

সংগীত : অভিজিৎ বর্মন

কথা : পলাশ গগৈ

জয় আই অসম

জান ঐ দেখাতে লাগে ভাল

জান ঐ তোৰে লাহি কঁকাল

জান ঐ কোনে দিলে বাৰু

জান ঐ হাতৰ গামে খাৰু

জান ঐ ডিঙিৰ গলেপতা

জান ঐ সোণতে সুৱগা

জান ঐ নামাৰিবি মৰমৰে বান

জান ঐ আছে জানো মোলৈ

তোৰ মৰমৰে তান

জান ঐ দেখাতে লাগে ভাল

জান ঐ তোৰে লাহি কঁকাল

জান ঐ কোনে দিলে বাৰু

জান ঐ হাতৰ গামে খাৰু

ট্ৰেক আপলোড : BIJIT_শিৱসাগৰীয়া

কলডিলিয়া খোপাতে

গুঁজি দিম বুলি মই

পাহাৰ বগাই আনিছোঁ

লাহি কপৌফুল

লিহিৰি পিহিৰি

হাতৰে মুঠিতে

কেতিয়াকে সানিবি তই

জেতুকাৰে বোল

~~

অ' কলডিলিয়া খোপাতে

গুঁজি দিম বুলি মই

পাহাৰ বগাই আনিছোঁ

লাহি কপৌফুল

লিহিৰি পিহিৰি

হাতৰে মুঠিতে

কেতিয়াকে সানিবি তই

জেতুকাৰে বোল

অ' জান ঐ নাচনী সাজেৰে

জান ঐ আহিবি অকলে

জান ঐ নাচনী সাজেৰে

জান ঐ আহিবি অকলে

জান ঐ কেতিয়াকে তোকে দেখা পাম

জান ঐ নাই জানো মোলৈ তোৰ

মৰমৰে তান

জান ঐ দেখাতে লাগে ভাল

জান ঐ তোৰে লাহি কঁকাল

জান ঐ কোনে দিলে বাৰু

জান ঐ হাতৰ গামে খাৰু

ট্ৰেক আপলোড : BIJIT_শিৱসাগৰীয়া

হ' মৰোঁ মৰোঁ লাগে

এদিন তোক নেদেখিলে

ঢোলৰে চাপৰতে ঐ

ন'বহে মোৰ মন

আলফুল দুহাতে

বিহুৱান তই নিদিলে

সেমেকিব খোজে জান

বিহুৱা মোৰ মন

~~

হ' মৰোঁ মৰোঁ লাগে

এদিন তোক নেদেখিলে

ঢোলৰে চাপৰতে ঐ

ন'বহে মোৰ মন

আলফুল দুহাতে

বিহুৱান তই নিদিলে

সেমেকিব খোজে জান

বিহুৱা মোৰ মন

অ' জান ঐ কি যাদু কৰিলি

দেহাত পিৰিতি লগালি

জান ঐ কি যাদু কৰিলি

দেহাত পিৰিতি লগালি

জান ঐ নামাৰিবি মৰমৰে বাণ

জান ঐ আছে জানো মোলৈ তাৰ

মৰমৰে তান

জান ঐ দেখাতে লাগে ভাল

জান ঐ তোৰে লাহি কঁকাল

জান ঐ কোনে দিলে বাৰু

জান ঐ হাতৰ গামে খাৰু

জান ঐ ডিঙিৰ গলেপতা

জান ঐ সোণতে সুৱগা

জান ঐ নামাৰিবি মৰমৰে বান

জান ঐ আছে জানো মোলৈ

তোৰ মৰমৰে তান

জান ঐ দেখাতে লাগে ভাল

জান ঐ তোৰে লাহি কঁকাল

জান ঐ কোনে দিলে বাৰু

জান ঐ হাতৰ গামে খাৰু

Lebih Daripada Krishnamoni Nath

Lihat semualogo

Anda Mungkin Suka