menu-iconlogo
huatong
huatong
mausam-gogoi-abotoriya-pronoyorehq-cover-image

Abotoriya Pronoyore[HQ]

Mausam gogoihuatong
BIJIT_শিৱসাগৰীয়া💢🎸huatong
Lirik
Rakaman
গীত : আৱতৰীয়া প্ৰনয়ৰে

কণ্ঠ : মৌচম গগৈ

কথা,সুৰ : মৌচম গগৈ

সংগীত ব্যৱস্থাপনা : বাবলু শৰ্মা

জয় আই অসম(humming included)

আবতৰীয়া...

প্ৰণয়ৰে বানে

তিয়ালেহি মোৰ...

চকুৰে পতা

আবতৰীয়া...

প্ৰণয়ৰে বানে

তিয়ালেহি মোৰ...

চকুৰে পতা

দৰদী অ

এই হৃদয়ৰে গানে

দিয়ে উদঙাই

বুকুৰে বেথা !

চিনাকী হয় যেতিয়া অচিনা

কিদৰে কও কিনো এই

যাতনা

আবতৰীয়া...

প্ৰণয়ৰে বানে

তিয়ালেহি মোৰ...

চকুৰে পতা

ট্ৰেক আপলোড : BIJIT_শিৱসাগৰীয়া

জীয়া জীয়া সপোনে

বিচাৰে ক্ষণে ক্ষণে

মৰমৰে সাগৰ হৈ ববলে

অ হৌ অ অ

দিনে প্ৰতিটো দিনে

বুজিলে মোৰো মনে

ভালপোৱা বোৰ ক'তেনো

লুকালে

কিয়বা কয়,সঁচা প্ৰনয়

হয় বুলি যুগমীয়া

যদিহে হয় কিয়নো মই

হৈ ৰলো আজিও

অকলশৰীয়া..

আবতৰীয়া ..

প্ৰণয়ৰে বানে

তিয়ালেহি মোৰ ...

চকুৰে পতা

Track Arrange by

Bijit Bor Gohain

জীৱনৰে অভিনয়

বুজা নুবুজাতে ৰয়

সঁচা সঁচা লগাবোৰ

মিছা হয়!

অহৌ হৌ অঅ

মোৰ যি আছিল পৰিচয়

সেয়াইও তোমাৰে হয়

তুমিহে মোৰ তোমাৰটো

মই নহয়

কিয় বা কয় সঁচা প্ৰণয়

হয় বুলি যুগমীয়া

যদিহে হয় কিয়নো মই

হৈ ৰলো আজিও

অকলশৰীয়া..

আবতৰীয়া ...

প্ৰণয়ৰে বানে

তিয়ালেহি মোৰ ...

চকুৰে পতা

দৰদী অ এই ...

হৃদয়ৰে গানে

দিয়ে উদঙাই ..

বুকুৰে বেথা !

Lebih Daripada Mausam gogoi

Lihat semualogo

Anda Mungkin Suka