আলি ঢাকি পৰ শালিকী
কথাছবি : তৰামাই (1975)
কণ্ঠ : নমিতা ভট্টাচাৰ্য
সংগীত : ৰমেন বৰুৱা
কথা : ড° নিৰ্মলপ্ৰভা বৰদলৈ
অ’ অ’ অ’-অ’ অ’
লা-লা লা-লা লা
অ’ অ’ অ’-অ’ অ’
লা-লা লা-লা লা
অ’ অ’ অ’-অ’ অ’
লা-লা লা-লা লা
অ’ অ’ অ’-অ’ অ’
লা-লা লা-লা লা
কভাৰ : বন্দিতা বৰুৱা
support assamese song
জয় আই অসম
আলি ঢাকি পৰ শালিকী
অগা দেৱা কৰ শালিকী !
তই জানো জান মোৰ বেথা...
মনৰ সাঁচতীয়া কথা...!
কিদৰে ৰাখিছোঁ ঢাকি..!
অ’ অ’ আলি ঢাকি পৰ শালিকী
আগা দেৱা কৰ শালিকী !
তই জানো জান মোৰ বেথা...
মনৰ সাঁচতীয়া কথা...!
কিদৰে ৰাখিছোঁ ঢাকি..!
ষ্টাৰমেকাৰ আপলোড : BIJIT_শিৱসাগৰীয়া
বা লাগিলে..
ছাঁ লৰিলে,
ধাননি ৰঙতে হালে জালে !
বা লাগিলে..
ছাঁ লৰিলে,
ধাননি ৰঙতে হালে জালে !
দুপালি ৰূপহী কঁহুৱা ফুলনি
ৰ’দত তিৰেবিৰাই জ্ব..লে !
কোনে জ্বলাবহি মো..ৰ !
হিয়াৰে ফুলৰে চাকি !
ট্ৰেক অনুৰোধ : RUBIসুৰবাহিনী
বা লাগিলে..
ছাঁ লৰিলে,
জুৰিটি ৰঙতে নাচে বাগে !
বা লাগিলে..
ছাঁ লৰিলে,
জুৰিটি ৰঙতে নাচে বাগে !
আজলি আজলি !
কাঁজলি পানীয়ে
আজলি হিয়াই কি মাগে !
মনে বিচাৰিছে যাক...!
তেওঁ জানো বা চি না কি ?
অ অ আলি ঢাকি পৰ শালিকী
অগা দেৱা কৰ শালিকী !
তই জানো জান মোৰ বেথা...
মনৰ সাঁচতীয়া কথা...!
কিদৰে ৰাখিছোঁ ঢাকি..!
অ’ অ’ অ’-অ’ অ’
লা-লা লা-লা লা
অ’ অ’ অ’-অ’ অ’
লা-লা লা-লা লা
অ’ অ’ অ’-অ’ অ’
লা-লা লা-লা লা
অ’ অ’ অ’-অ’ অ’
লা-লা লা-লা লা