menu-iconlogo
huatong
huatong
avatar

Xubhra Bolakar

Zubeen Garg/Anindita Palhuatong
piottohuatong
Lirik
Rakaman
শুভ্ৰ বলাকাৰ দেউকাত

সপোন ৰহন সনা

দুৰণিৰ সাগৰ পাৰত

বাজে বাঁহী মধুসনা

শুভ্ৰ বলাকাৰ দেউকাত

সপোন ৰহন সনা

দুৰণিৰ সাগৰ পাৰত

বাজে বাঁহী মধুসনা

সমীৰে বজাই বাঁহী

মৃদু মধুৰ ৰাগিনী

জাগে বন মিঠি দুৰু

দুৰু হিয়াৰ কঁপনি

সমীৰে বজাই বাঁহী

মৃদু মধুৰ ৰাগিনী

জাগে বন মিঠি দুৰু

দুৰু হিয়াৰ কঁপনি

সাগৰ নীলা দুচকুত

সপোনৰে ৰহন সনা

শুভ্ৰ বলাকাৰ দেউকাত

সপোন ৰহন সনা

দুৰণিৰ সাগৰ পাৰত

বাজে বাঁহী মধুসনা

আজি এই মধুক্ষণ মন

জানো কিহতে মগন

উতলা অধীৰ যৌৱন

জাগে পুলক শিহৰণ

আজি এই মধুক্ষণ মন

জানো কিহতে মগন

উতলা অধীৰ যৌৱন

জাগে পুলক শিহৰণ

মন যমুনাৰ পাৰতে

বাঁজে বাঁহী মধুসনা

শুভ্ৰ বলাকাৰ দেউকাত

সপোন ৰহন সনা

দুৰণিৰ সাগৰ পাৰত

বাজে বাঁহী মধুসনা

হুমম.......

হুমম.......

হুমম.......

হুমম.......

হুমম.......

হুমম.......

Lebih Daripada Zubeen Garg/Anindita Pal

Lihat semualogo

Anda Mungkin Suka