সুধিব পাৰা এহেজাৰ নিশা কাৰে নো সপোন দেখো
জুখিব পাৰা বুকুৰ হেপাহ কাৰেনো হিয়ালে সাচো
বিছাৰিছো কোৱা সোণ ৰবা নে হৈ মোৰেই আপোন
আছিলো আছো কাষত সদায় থাকিম
মৰণে মাতিলেও কথা ৰাখিম
সাতো জনমৰ বান্ধোনেৰে থাকিম
তুমি আৰু মই
মৰম মৰম তোমাৰ দুবাহুৰে মাজতে
জলাম জলাম্ লাগে দেখোন আজি নিজকে
সপোন সপোন মিঠা সপোন ৰে ভাজতে
গলি গলি মিলি যাম যেন তোমাতে
সুখে দুখে হোৱাহি মোৰ জীৱনৰ লগৰী জনম লৈ
বিছাৰিছো কোৱা সোন
ৰবা নে হৈ মোৰে আপোন
আছিলো আছো কাষত সদায় থাকিম
মৰণে মাতিলেও কথা ৰাখিম
সাতো জনমৰ বান্ধোনেৰে থাকিম
তুমি আৰু মই
আছিলো আছো কাষত সদায় থাকিম
মৰণে মাতিলেও কথা ৰাখিম
সাতো জনমৰ বান্ধোনেৰে থাকিম
তুমি আৰু মই