menu-iconlogo
huatong
huatong
zublee-bormha-adi-kori-sunitagunparthona-cover-image

bormha adi kori /sunita.gun/parthona

Zubleehuatong
$NEHA*huatong
Lirik
Rakaman
Sunita গুণ

Id13382211811

ব্ৰহ্ম আদি কৰি জীৱ যত

ৰাম ৰাম ৰাম ৰাম ৰাম

মায়া শয্যা মাজে আছয়

ঘুমটি যাই

তুমি হে সৈতন্য সনাতন

ৰাম ৰাম ৰাম ৰাম ৰাম

আমি অচেতন নিয়োকো

নাথ জগাই

ক্ষুদ্ৰসুখে বহু আশা কৰি

ভৱ কোপে জীৱ আছে পৰি

কাল সৰ্প দশী হেৰাইল

চেতন তাৰ

মুক্ষ ৰূপ তযু বাক্যমৃত

কৃপায়ে সিঁচিয়া প্ৰতিনিত

দয়াময় কৃষ্ণ কৰিয়ো

মোক উদ্ধাৰ

সৰুবৰে গ্ৰহে ধৰি আছে

গজেন্দ্ৰ পীড়া ক পায়া পাছে

আকাশে গৰুন্দ্ৰ

স্কন্ধ চক্ৰ ধৰি হৰি।

দেখি সুবৰ্ণৰ পদ্ম ধৰি

বোলে দুখ আৰ্তনাদ কৰি

নমো ভগৱন্তৰ

গুৰুলৈ দাস কৰি

এ ৰাম নমো ভগৱন্ত

গুৰুলৈ দাস কৰি।।

কৃষ্ণ

Lebih Daripada Zublee

Lihat semualogo

Anda Mungkin Suka