menu-iconlogo
huatong
huatong
avatar

Moi Michiki Hanhire Bedona Gosoki -Assamese

Dr. Anima Choudhuryhuatong
NilanjonaMahantahuatong
Letra
Gravações
Moi Michiki Hanhire

Assamese Modern Song

Lyrics: Dr. Amarjyoti Choudhury

Tune: Dr. Anjanjyoti Choudhury

Singer: Dr. Anima Choudhury

Abhijit Saikia and NilanjonaMahanta

Support Assamese Songs

***

মই মিচিকি হাঁহিৰে

বেদনা গচকি

হাঁহিৰ মুকুতা যাচোঁ

মই মিচিকি হাঁহিৰে

বেদনা গচকি

হাঁহিৰ মুকুতা যাচোঁ

আৰু আবেগ নামৰ

নেদেখা সূতাৰে

মৰম গামোচা বলোঁ

মই মিচিকি হাঁহিৰে

বেদনা গচকি

হাঁহিৰ মুকুতা যাচোঁ

***

**

*

আকাশৰে নীলাতে মই

বিফলতা পালোঁ

সাগৰৰে বুকুতে মই

গভীৰতা পালোঁ

পাহাৰী নিজৰাতে যৌৱন পালোঁ

পাহাৰী নিজৰাতে যৌৱন পালোঁ

ভৈয়ামৰে জুৰি হৈ

মৰম বিলাই গ’লোঁ৷

মই মিচিকি হাঁহিৰে

বেদনা গচকি

হাঁহিৰ মুকুতা যাচোঁ

***

**

*

বহাগী দিনৰ

গাজনিতে মই

বিপ্লৱ শিঙা বালোঁ

আৰু মেঘৰ মাজত

বিজুলীত হৈ

সমুখৰ বাট দেখুৱালোঁ

বহাগী দিনৰ

গাজনিতে মই

বিপ্লৱ শিঙা বালোঁ

আৰু মেঘৰ মাজত

বিজুলীত হৈ

সমুখৰ বাট দেখুৱালোঁ

মই মিচিকি হাঁহিৰে

বেদনা গচকি

হাঁহিৰ মুকুতা যাচোঁ

আৰু আবেগ নামৰ

নেদেখা সূতাৰে

মৰম গামোচা বলোঁ

মই মিচিকি হাঁহিৰে

বেদনা গচকি

হাঁহিৰ মুকুতা যাচোঁ

**

?জয় আই অসম?

Thank you

Mais de Dr. Anima Choudhury

Ver todaslogo

Você Pode Gostar

Moi Michiki Hanhire Bedona Gosoki -Assamese de Dr. Anima Choudhury – Letras & Covers