menu-iconlogo
huatong
huatong
avatar

jiliki jilika tora akaxore

Dwipen Baruahhuatong
Jl_Jµmðñ❤ₛᵤᵣₘₐyeehuatong
Letra
Gravações
জিলিকি জিলিকা তৰা আকাশৰে

চিটিকি যদিহে কাষৰতে পৰে

পলকতে লোৱা বুটলি

এ সময়ৰ টিকনি

আগফালে উৰে মামা

জিলিকি জিলিকা তৰা আকাশৰে

চিটিকি যদিহে কাষৰতে পৰে

পলকতে লোৱা বুটলি

এ সময়ৰ টিকনি

আগফালে উৰে মামা

জিলিকি জিলিকা তৰা আকাশৰে

হা..

ঔ ঔ বাইদেউ জীৱনৰ পিচল বাট

খোজ দিবা লাহেকৈ

ঔ ঔ বাইদেউ ঔ ঔ বাইদেউ

সেই বাটত তোমালৈ

দুটি মানুহ আছে ৰৈ

ঔ ঔ বাইদেউ ঔ ঔ বাইদেউ

এজনে ছবি আঁকি, ৰাখে নৰম দাঢ়ি

হে আনজনে আলু বেচি চলায় ফিয়েট গাড়ী বাইদেউ

এতিয়াই ভাবা

হা..

ততালিকে ভাবা

হা..

জীৱনৰ ডোলেৰে কাক বান্ধিবা

কাকনো বান্ধিম কৈ দিয়া দাদা

পটেত'ৱালা জিনছ পাইপ পিন্ধা

জীৱনৰ ডোলেৰে এতিয়াই বান্ধা

ঔ ঔ বাইদেউ

জীৱনৰ খেলা, নকৰিবা হেলা

ৰঘুমলা হৈ তুমি এতিয়াই বান্ধা বাইদেউ

পটেত'ৱালা জিনছ পাইপ পিন্ধা

হা..

ঔ ঔ Artist এই দাঢ়ি এতিয়াই কাটি পেলোৱা

তাৰে তুমি সাতডাল ব্ৰাছ বনোৱা

আঠঅনা পইচাৰে তিন টকা পাবা

হে, এক লিটাৰ মিঠাতেল তুমি কিনি ল’বা

মিঠাতেল কিনি মই কি কৰিম দাদা ?

বৰ বৰ ইঞ্জিনত তেল দি যাবা

ইঞ্জিনৰ মাতষাৰ তেতিয়াহে পাবা

পালে মাত জীৱনৰ পখিলা পাবা

ঔ ঔ Artist কি হ’ব খুচনাম

যদি নাই ইনকাম

মণিৰামে ৰাম ৰাম

মণিৰামে ঠেলিলেহে জীৱনৰ চাক্কা ঘূৰেই

এ সময়ৰ টিকনি

আগফালে উৰে মামা

জিলিকি জিলিকা তৰা আকাশৰে

চিটিকি যদিহে কাষৰতে পৰে

পলকতে লোৱা বুটলি

এ সময়ৰ টিকনি

আগফালে উৰে মামা

জিলিকি জিলিকা তৰা আকাশৰে

হা..

Mais de Dwipen Baruah

Ver todaslogo

Você Pode Gostar