ℬⅈℍႮ Տᝪℕℊ
ᵃʳᵗⁱˢᵗ: ⁿᵉᵉˡ ᵃᵏᵃˢʰ ⁿⁱˡᵃᵏˢʰⁱ
প্ৰেমৰ নিজৰাই...
মৰম কঢ়িয়াই...
তোমাৰ...বুকুলে বয়...
request Parinita RSG
3
2
1
পুৱাই চকুহাল মেলি লৈ
গলোনো গা ধুবলৈ
আইয়ে বাকি দিয়া ৰঙা চাহঁ
খাইয়ে মই খাইয়ে মই
হাললৈ যাম
তুমি চাগে তেতিয়া
শুৱা পাতিতে আছা
তুমি চাগে তেতিয়া
শুৱা পাতিতে আছা
দেখিছা নে সপোনত
শুনিছা নে মৰমৰত
যিতু গীত তোমাৰ সতে
সপোন নদীৰ পাৰতে গাও
এহ! টোপনি চিকুন পুৱাতে
দেখো তোমাক সপোনতে
মন পৰশা এটি গীত
গাইছিলা গাইছিলা
উমলাওতে তুমি
সপোন নদীৰ পাৰতে
নীল আকাশৰ তলতে
সপোন নদীৰ পাৰতে
নীল আকাশৰ তলতে
তোমাৰে ঐ লগতে
মনৰ কথা পাতোতে
দিঠকে মোক দিলেহি
দিঠকে মোক দিলেহি চুমি
t͓̽r͓̽a͓̽c͓̽k͓̽
a͓̽r͓̽r͓̽e͓̽a͓̽r͓̽a͓̽g͓̽e͓̽ by KK MLG
KESᕼᗩᗷ KᗩᑌSᕼIK
ℱᝪℒℒᝪᗯ ℳℰ
3
2
1
যেতিয়া উভতিম হালৰে পৰা
ভোকে পিয়াহে জানা ভাগৰিব দেহা
তুমি চাগে তেতিয়া ভাতে ৰান্ধি থাকিবা
তুমি চাগে তেতিয়া ভাতে ৰান্ধি থাকিবা
পৰিব নে তোমাৰে
মোৰে কথা মনতে
লাগিব নে মোলৈকে
লাগিব নে মোলৈকে বেয়া
যেতিয়া পিতাই মোৰ
আহিব হালৰ পৰা
জানিমে তেতিয়া তুমিও উভতিছা
সেই সময়লৈ নাযায় একো পেটলৈ
সেই সময়লৈ নাযায় একো পেটলৈ
জানানে ঐ বহনা বুকুৰে ঐ কলিজা
তোমাৰ আৰু মোৰে
একেটি মন একেটি বেহা
একেটি মন একেটি বেহা
একেটি মন একেটি বেহা