menu-iconlogo
huatong
huatong
neel-akash-seni-seni-senimai-cover-image

Seni seni senimai

Neel Akashhuatong
nettrevorhuatong
Letra
Gravações
অ , হ.... অ , হ...

অ , হ... অ , হ...

অ হ.. ঐ

চেনি চেনি চেনি চেনিমাই

বিহুতলীত তোমাক দেখা পায়

কাষে চাপি গ'লো যে

মৰম লাগি তোমাৰে

ধুনীয়া মুখ খনি চাই চাই

এ.. চেনি চেনি চেনি চেনিমাই

মোৰ বুকুত তুমি ল'লা ঠাই

মিচিঁকিয়াই হাঁহিলে

লাহি কঁকাল ভাঙিলে

আমনি নালাগে চাই চাই

এ ভয়ো লাগে ভালো লাগে

ধিপিং ধিপিং কলিজা কঁপে

মৰম লাগে চেনেহ লাগে

তোমাক দেখি পিৰিতি জাগে

চেনি চেনি চেনি চেনিমাই

মোৰ বুকুত তুমি ল'লা ঠাই ঐ...

হে... সোনালী ধা.... ননী

চালে চকু ৰোৱা

চালে চকু ৰোৱা

দেখি ভালে লাগি যায়

এ তোমাৰে হাঁ.... হিতি

ইমান যে ধুনীয়া

ইমান যে ধুনীয়া

দেখি ভালে লাগি যায়

অ,, অ,, অ

ভয়ো লাগে ভালো লাগে

ধিপিং ধিপিং কলিজা কঁপে

মৰম লাগে চেনেহ লাগে

তোমাক দেখি পিৰিতি জাগে

চেনি চেনি চেনি চেনিমাই

মোৰ বুকুত তুমি ল'লা ঠাই ঐ...

অ,, হ.. বহুতৰ মাজতে....

মোৰে জান মোৰে জান

ল'লো বাছি তোমাক

মোৰে জান মোৰে জান

তুমি বা কোৱা কি...?

মোৰে জান

নে কৰিবা অভিমান...!

তোমাক বুজি পোৱা

তোমাক বুজি পোৱাই টান..

অ,, ঔ,, অ

ভয়ো লাগে ভালো লাগে

ধিপিং ধিপিং কলিজা কঁপে

মৰম লাগে চেনেহ লাগে

তোমাক দেখি পিৰিতি জাগে

চেনি চেনি চেনি চেনিমাই

মোৰ বুকুত তুমি ল'লা ঠাই

মিচিঁকিয়াই হাঁহিলে

লাহি কঁকাল ভাঙিলে

আমনি নালাগে চাই চাই

আমনি নালাগে চাই চাই

আমনি নালাগে চাই চাই ঐ......

Mais de Neel Akash

Ver todaslogo