menu-iconlogo
huatong
huatong
Letra
Gravações
শিকলি যুগৰ

Timeless shackles

পৰিধি তাকৰ

Blurred borders

ভালপোৱাক নোৱাৰি বান্ধি ৰাখিব

Can't contain love anymore

সমাজ জঠৰ

Society's unyielding

নিয়মো সাঁথৰ

Rules are riddles ungiving

ভালপোৱাৰ নাথাকে একো পৰিসৰ

Love knows no bounds

ধুমুহা প্ৰলয়ত

চেঁকুৰি যায়

In storm's wake

Strides its pace

বাধাৰ দেৱালো

বগুৱা বায়

Walls unbreakable

Shatter break

অ'

O'

অ' অ' অ' অ' অ'

O' o' o' o' o'

ভালপোৱা

To love

ভালপোৱাতে জীৱন

To love to live

পৰিচয়ৰ যুঁজ বাগৰ

Identity life such struggles

পৰিৱেশৰ ভৰ খোজত

The world's weight only hassles

ভালপোৱাত নাথাকে শ্ৰেণী বিভাজন

Love sees no class

বয়সৰ চোলা খোলি

Untangles webs of age

সময়ৰ সীমা ছিঙি

Unshackles chains of time

ভালপোৱাই নামানে কোনো বান্ধোনক

Love knows no bounds

ধুমুহা প্ৰলয়ত

চেঁকুৰি যায়

In storm's wake

Strides its pace

বাধাৰ দেৱালো

বগুৱা বায়

Walls unbreakable

Shatter break

অ'

O'

অ' অ' অ' অ' অ'

O' o' o' o' o'

ভালপোৱা

To love

ভালপোৱাতে জীৱন

To love to live

Mais de Pritom Gohain/shreya phukan/Anubhav Gogoi/Kaysee

Ver todaslogo

Você Pode Gostar