menu-iconlogo
huatong
huatong
avatar

Gopal Gowali Parate Nache

Vidya Sagarhuatong
দেৱজিৎ-নাথ-মাজুলীhuatong
Letra
Gravações
বৰগীত শ্ৰী শ্ৰী মাধৱদেৱ

কণ্ঠশিল্পী Vidya Sagar Borah

গোপাল,গোৱালী পাৰাতে,

নাচে প্ৰাণ গোপাল

গোৱালী পাৰাতে নাচে,,

চৰণ চলাই

নূপূৰ বজাই

মধুৰ মধুৰ হাসে

প্ৰান গোপাল

গোৱালী পাৰাতে

নাচে প্ৰাণ গোপাল

গোৱালী পাৰাতে নাচে,

চৰণ চলাই নূপূৰ বজাই

মধুৰ মধুৰ হাসে

গোপাল গোৱালী পাৰাতে

নাচে প্ৰাণ গোপাল

গোৱালী পাৰাতে নাচে

Upload দেৱজিৎ-নাথ-মাজুলী

পীত ধটি কাটি কাচনি কাচিয়া

আগ পাছু লাসে ছাৱে।

বালেকৰ ভাৱ দেখায়া কানাই

গোপীৰ মন ভুলাৱে।।

গোপাল গোৱালী পাৰাতে

নাচে প্ৰাণ গোপাল

গোৱালী পাৰাতে নাচে

দধি বিকি আসি শুনিল গোৱালী

হৰি নাচিবাৰ কথা,

পসাৰ পেলাই লৱৰন্তে যাই

কৃষ্ণক বেৰিলা তথা।।

গোপাল গোৱালী পাৰাতে

নাচে প্ৰাণ গোপাল

গোৱালী পাৰাতে নাচে

Lyrics পৰম পৰাগত

সবে গোপী মিলি বাৱে হাত তালি

বোলে ভাল কৰি নাচা।

হাতে তাৰ খাৰু দিব চেনি লাৰু

বাপু পুৰি তোৰ বাঞ্জা।।

গোপাল গোৱালী পাৰাতে

নাচে প্ৰাণ গোপাল

গোৱালী পাৰাতে নাচে

গোপীৰ বচনে বৰ লোভ পাই

নাচল নানান ভাৱে,

কহয় মাধৱ আন গতি নাই

ভজ গোৱিন্দৰ পাৱে।।

গোপাল গোৱালী পাৰাতে

নাচে প্ৰাণ গোপাল

গোৱালী পাৰাতে নাচে,

চৰণ চলাই নূপূৰ বজাই

মধুৰ মধুৰ হাসে

প্ৰাণ গোপাল গোৱালী পাৰাতে নাচে,,

গোপাল গোৱালী পাৰাতে নাচে

প্ৰাণ গোপাল গোৱালী পাৰাতে নাচে

&-ধন্যবাদ-&

Mais de Vidya Sagar

Ver todaslogo

Você Pode Gostar