menu-iconlogo
huatong
huatong
yaman-jun-beli-tora-cover-image

Jun Beli Tora

Yamanhuatong
spierre29huatong
Letra
Gravações
পলে-পলে বাঢ়ে মৰম আৰু তোমালে'

দূৰে-দূৰে নৰ'বাঁ আৰু বেছি পৰলে'

পলে-পলে বাঢ়ে মৰম আৰু তোমালে'

বুকুৰে এচুকত ৰাখি থ'বলে'

দূৰে-দূৰে নৰ'বাঁ আৰু বেছি পৰলে'

মৰমৰে আৱাহন তোমাক পাবলে'

বুজা-নুবুজা শিহৰণ তোমালে' চাই বাঢ়িছে

জোন-বেলি-তৰা থকা আকাশতে

জানা ওৰে ৰাতি দেখোঁ মই তোমাকে!

নিৰিবিলি সপোনৰে ভাঁজতে

জানা ওৰে ৰাতি ৰাখোঁ মই তোমাকে!

তোমাৰে ওঁঠত জানো কিনো ৰং!

কাঢ়ি নিয়ে মোৰ বহেমীয়া মন

সাধু-সাধু যেন তোমাৰে কথাত

জাগি উঠে মোৰ কিনো শিহৰণ!

আছুতীয়াকৈ ৰাখি থওঁ

তোমাকে মোৰ ভাগলৈ

প্ৰতিটো উশাহতে মন

সামৰি তোমাকে ল'বলৈ

বুজা-নুবুজা শিহৰণ তোমালে' চাই বাঢ়িছে

জোন-বেলি-তৰা থকা আকাশতে

জানা ওৰে ৰাতি দেখোঁ মই তোমাকে!

নিৰিবিলি সপোনৰে ভাঁজতে

জানা ওৰে ৰাতি ৰাখোঁ মই তোমাকে!

Mais de Yaman

Ver todaslogo

Você Pode Gostar