menu-iconlogo
huatong
huatong
avatar

Jodi Jibonor Rong Bure

Zubeen Garghuatong
nathan8nyhuatong
Letra
Gravações
যদি জীৱনৰ ৰংবোৰে লুকাভাকু খেলে

যদি আশাৰ চাকিটি উমি উমি জ্বলে

তথাপি বন্ধু আগুৱাই যাবা

তথাপি বন্ধু আগুৱাই যাবা

পিছলৈ ঘুৰি নাচাবা

যদি জোন বেলি তৰাইয়ো মুখ ঢাকে

যদি মুক্ত আকাশৰ ৰদেও নাহাঁহে

তথাপি বন্ধু মনোবল ৰাখিবা

তথাপি বন্ধু মনোবল ৰাখিবি

শেষত সকলো পাবা

শেষত সকলো পাবা

যদি জীৱনৰ ৰংবোৰে লুকাভাকু খেলে

যদি আশাৰ চাকিটি উমি উমি জ্বলে

তথাপি বন্ধু আগুৱাই যাবা

তথাপি বন্ধু আগুৱাই যাবা

পিছলৈ ঘুৰি নাচাবা

পিছলৈ ঘুৰি নাচাবা

নানা ৰঙেভৰা আমাৰ এই জীৱন

সুখ দুখ কৰো আলিংগন

নানা ৰঙে ভৰা আমাৰ এই জীৱন

সুখ দুখ কৰো আলিংগন

মৰিচীকা খেদি হাহাকাৰ কৰো আমি

মৰিচীকা খেদি হাহাকাৰ কৰো আমি

এই মৰুভুত আজীৱন

এই মৰুভুত আজীৱন

জীৱন পথত আছে ঘাত প্ৰতিঘাত

নিশাৰ শেষত আছে প্ৰভাত

জীৱন বাটত আছে ঘাত প্ৰতিঘাত

নিশাৰ শেষত আছে প্ৰভাত

জীৱন নাটৰ শেষত সকলো পোৱাৰ পাছত

জীৱন নাটৰ শেষত সকলো পোৱাৰ পাছত

শান্তি লবা সিপাৰত

শান্তি লবা সিপাৰত

শান্তি লবা সিপাৰত

শান্তি লবা সিপাৰত!

Mais de Zubeen Garg

Ver todaslogo