menu-iconlogo
huatong
huatong
avatar

Chinaki Putola

Achurjya Barpatrahuatong
nursenancy117huatong
Тексты
Записи
Chinaki Putola

চিনাকি পুতলা ৰজা ৰাণী দৰা

আজিও বুকুতে লৰালিৰ খেলা

অ...অ...এইটোনো কাৰ দল

অ...অ...ভাঙিম নে নাভাঙিম

অ...অ...অ...অ...

চিনাকি পুতলা ৰজা ৰাণী দৰা

আজিও বুকুতে লৰালিৰ খেলা

থুনুক থানাক মাতেৰে

ৰিঙিয়াই মাতিছে সময়ে

এৰি অহা আবেলিবোৰে

বেৰি বেৰি মোক ধৰিছে

উভতি চাওঁ মই তোমাকে পাওঁ

চিলা হৈয়ে যেন উৰিয়ে যাওঁ

তোমাৰ পদুলিত মনে মনে গাওঁ

এইটোনো কাৰ দল

ৰজাৰ দল

ভাঙিম নে নাভাঙিম

নাভাঙিবা

দোলা দিলেহী তোমাৰ স্মৃতিয়ে

তুমি আছানে ৰৈ মোৰে নো হৈ

হে বান্ধে সময়ে এই জীৱনকে

তথাপিয়েই হৃদয় তোমালে বয়

এহে...উভতি চাওঁ মই তোমাকে পাওঁ

চিলা হৈয়ে যেন উৰিয়ে যাওঁ

তোমাৰ পদুলিত মনে মনে গাওঁ

এইটোনো কাৰ দল

ৰজাৰ দল

ভাঙিম নে নাভাঙিম

নাভাঙিবা

এটি সপোনে হিয়াত উমলে

তুমি যদিও দূৰ হবাহি মোৰ

আমাৰ কাহিনী যেন দুটি সুঁতি

মিলি যাবলে এদিন প্ৰেমত বিলিন

উভতি চাওঁ মই তোমাকে পাওঁ

চিলা হৈয়ে যেন উৰিয়ে যাওঁ

তোমাৰ পদুলিত মনে মনে গাওঁ

এইটোনো কাৰ দল

ৰজাৰ দল

ভাঙিম নে নাভাঙিম

নাভাঙিবা

এইটোনো কাৰ দল

ৰজাৰ দল

ভাঙিম নে নাভাঙিম

নাভাঙিবা

Еще от Achurjya Barpatra

Смотреть всеlogo

Тебе Может Понравиться