মাজুলী গাভৰু
Vocal-বাবু বৰুৱা
সপোনৰ নগৰিত তুমি মাজুলী গাভৰু
তুমি মাজুলী গাভৰু,
মাজুলীৰে বুকুত প্ৰনয়ৰে ফাকু
এৰি কিদৰেনো তোমাক কাষৰতে থাকো
Track upload
দেৱজিৎ নাথ মাজুলী
সপোনৰ নগৰিত তুমি মাজুলী গাভৰু
তুমি মাজুলী গাভৰু,,
বুকুত ফুলিথকা তুমি এপাহি সোনাৰু
তুমি এপাহি সোনাৰু,,
সপোনৰ নগৰিত তুমি মাজুলী গাভৰু
তুমি মাজুলী গাভৰু
বুকুত ফুলিথকা তুমি এপাহি সোনাৰু
তুমি এপাহি সোনাৰু
তোমাৰ ওঠৰে ভাষাই
মোৰ দেহা চুই যাই
তোমাৰে মৌনতাই
মোৰ কলিজা খন খাই
সপোন দেখি দেখি যান ঐ
ৰাতিএ নুপুৱাই
তোমাৰ কথা ভাবোতে যাই
সপোন দেখি দেখি যান ঐ
ৰাতিএ নুপুৱাই
তোমাৰ কথা ভাবোতে যাই
সপোনৰ নগৰিত তুমি মাজুলী গাভৰু
তুমি মাজুলী গাভৰু
Follow
দেৱজিৎ নাথ মাজুলী
কপালৰে শুৱনি সেন্দুৰিয়া বৰনক
আকিব বিচাৰো জানা
তোমাৰ সতে মোৰে নাম,,,
যৌৱনৰে শুৱনি তুমি এ মোৰ মাজুলী
অভিমানি তোমাৰ কোলাত
ময়ো তোপনি হে যাও,,
অ তোমাৰ ওঠৰে ভাষাই
মোৰ দেহা চুই যাই
তোমাৰে মৌনতাই মোৰ কলিজা খন খাই
সপোন দেখি দেখি যান ঐ
ৰাতিএ নুপুৱাই
তোমাৰ কথা ভাবোতে যাই
সপোন দেখি দেখি যান ঐ
ৰাতিএ নুপুৱাই তোমাক দেখো সঘনাই
সপোনৰ নগৰিত তুমি মাজুলী গাভৰু
তুমি মাজুলী গাভৰু
Follow
দেৱজিৎ নাথ মাজুলী
মোৰে নামৰ পৃথিৱীত
তুমিএ পোৱাল মনি
দুতি ওঠৰ গোপন মৰম
দিউ জানা প্ৰানধালি
আকাশৰে জোনেবাইক
শুধিচাম কথা এতি
তোমাৰ মোৰে জোৰোণতে
তৰা এ দিবনেকি
তোমাৰ ওঠৰে ভাষাই
মোৰ দেহা চুই যাই
তোমাৰে মৌনতাই মোৰ কলিজা খন খাই
সপোন দেখি দেখি
জানঐ ৰাতিএ নুপুৱাই
তোমাৰ কথা ভাবোতে যাই
সপোন দেখি দেখি
জান ঐ ৰাতিএ নুপুৱাই
তোমাক দেখো সঘনাই
সপোনৰ নগৰিত তুমি
মাজুলী গাভৰু
তুমি মাজুলী গাভৰু,
মাজুলীৰে বুকু,,,
প্ৰনয়ৰে ফাকু ,,,
এৰি কিদৰেনো তোমাক কাষৰতে থাকো,,
মাজলীৰে বুকুত,
ধন্যবাদেৰে
দেৱজিৎ নাথ মাজুলী,,