গীত:শ্বায়েৰী
কণ্ঠ:দিক্ষু,জুবলী
এলবাম:হিয়া দিবা কাক(অসমীয়া ছবি)
সংগীত:পলাশ গগৈ
জয় আই অসম
F/সৰু সৰু হাঁহি
ওঠে ওঠে সৰি
বাগৰিছে মৰম
কলিজাত মোৰ
ৰঙা নীলা কিনো
সাতোৰঙী বৰন
M/আঙুলিৰে নুবুলালো
এখিলা নো কাগজতে
লিখিলো আদৰেৰে
তোমাকে সামৰি
শ্বায়েৰী শ্বায়েৰী শ্বায়েৰী
অ অ অ
শ্বায়েৰী শ্বায়েৰী শ্বায়েৰী
শ্বায়েৰী শ্বায়েৰী শ্বায়েৰী
শ্বায়েৰী
শ্বায়েৰী শ্বায়েৰী শ্বায়েৰী
ট্ৰেক আপলোড:BIJIT_শিৱসাগৰীয়া
দিনবোৰে বিচাৰে
তোমাকে পলকে পলকে
ৰাতিবোৰ জাগি ৰয়
জানানে সপোনৰ কোলাতে
M/অ ফাগুনৰে পলাশী ৰঙ
আহিছে নামি
F/অ তাতে দুটি হৃদয়ৰে
মাথো জিৰনি
M/আঙুলিৰে নুবুলালো
এখিলা নো কাগজতে
লিখিলো আদৰেৰে
তোমাকে সামৰি
শ্বায়েৰী শ্বায়েৰী শ্বায়েৰী
অ অ অ
শ্বায়েৰী শ্বায়েৰী শ্বায়েৰী
শ্বায়েৰী শ্বায়েৰী শ্বায়েৰী
অ অ অ
শ্বায়েৰী শ্বায়েৰী শ্বায়েৰী
ট্ৰেক অনুৰোধ:Meenu
F/আকাশৰ তৰাবোৰ
তুমি তুমি যেনেই লাগে
যিমানেই দুৰনিত
সিমানেই চেনেহবোৰ জাগে
M/অ থৈ দিয়া অধৰতে
কোৱা কথাটি
F/পাৰা যদি বুকুতে মোক
লোৱা সাৱটি
M/আঙুলিৰে নুবুলালো
এখিলা নো কাগজতে
লিখিলো আদৰেৰে
তোমাকে সামৰি
শ্বায়েৰী শ্বায়েৰী শ্বায়েৰী
অ অ অ
শ্বায়েৰী শ্বায়েৰী শ্বায়েৰী
শ্বায়েৰী শ্বায়েৰী শ্বায়েৰী
অ অ অ
শ্বায়েৰী শ্বায়েৰী শ্বায়েৰী