পোহনীয়া চৰাইটি উৰিলেPuhonia Soraiti Uril
বিচাৰি পাব লে নাই Bisari Pabole Nai
পোহনীয়া চৰাইটি উৰিলেPuhonia Soraiti Uril
বিচাৰি পাবলে নাই Bisari Pabole Nai
অ’ ধৰো বুলি ধৰিব নোৱাৰি
ই যে উৰি যায় E Je Uri Jai
ই যে উৰি যায় E Je Uri Jai
পোহনীয়া চৰাইটি উৰিলেPuhonia Soraiti Uril
বিচাৰি পাবলে নাই Bisari Pabole Nai
পোহনীয়া চৰাইটি উৰিলেpuhonia Soraiti Uril
আকাশ সপোন লাগে যদি Aka opun Lage Jodi
সুৰৰ সপোন জাগে যদি urar opun Jage Jodi
সঁজাৰ বান্ধোন চিঙি যাই
আকাশ সপোন লাগে যদি Aka opun Lage Jodi
সুৰৰ সপোন জাগে যদি urar opun Jage Jodi
সঁজাৰ বান্ধোন চিঙি যাই
ই যে উৰি যায় E Je Uri Jai
ই যে উৰি যায় E Je Uri Jai
পোহনীয়া চৰাইটি উৰিলেPuhonia Soraiti Uril
বিচাৰি পাবলে নাই Bisari Pabole Nai
পোহনীয়া চৰাইটি উৰিলেPuhonia Soraiti Uril
জয় আই অসম
ধন্যবাদ সহকাৰে
চকুৰ মণি চকামকা Sokur Moni Soka Moka
বৰণীয়া সপোন অঁকা Boronia opun Oka
চকুৰ মণি চকামকা Sokur Moni Soka Moka
বৰণীয়া সপোন অঁকা Boronia opun Oka
লুকাই লুকাই দেখা দিয়া Lukai² De a Diya
কিযে চবি চঁয়াময়া Ki Je Sobi Soya Moya
পালেওঁচোন হেৰাই যায় Paleiu Sun Herai Jai
লুকাই লুকাই দেখা দিয়া Lukai² De a Diya
কিযে চবি চঁয়াময়া Ki Je Sobi Soya Moya
পালেওঁচোন হেৰাই যায় Paleiu Sun Herai