Assamese Song: Ekhon
Nedekha nodir hipare
Album: Mukuta
Singer: Dwipen Baruah
Lyrics : Nabakanta Barua
Director: Brajen Baruah
Music Director: Ramen Baruah
Year: 1970
এখন নেদেখা ..!
নদীৰ সিপাৰে….!
ফুলিছে… হাঁহিৰ ...
শেৱা...লি
এখন নেদেখা নদীৰ সিপাৰে
ফুলিছে হাঁহিৰ শেৱালি
মই চাই থাকোঁ..
ইপাৰৰ পৰা
নোৱাৰোঁ আনি..ব !
বুটলি.. !
এখন নেদেখা
নদীৰ সিপাৰে...
সপোন সূতাৰে
গাঠিব নোৱাৰি
দিঠক ফুলৰ..!
মালা..
আশাৰ ফুলৰ
বনত কেৱল
ফুলৰ ভুলৰ.. !
খেলা..
মোৰ পদূলিতে
এন্ধাৰে ভৰা
দূৰত দেখিছোঁ
শেৱালি
এখন নেদেখা
নদীৰ সিপাৰে…!
আজি পাৰ হৈ !
দেখিলোঁ এন্ধাৰ
প্ৰদীপ উঠে যে ..!
জ্বলি..
ফুলৰ ৰেণুৰ !
লগত মিহলি
দূৰণি বাটৰ
ধূলি
চিনাকী সুৰভিত
বিচাৰি বিচাৰি
মিছাতে আছাঁ
ধিয়াই!