LQ Mon Kagojor Nao aji
Assamese SOng by Dipen Baruha
Track lyrics arrangement: Nilanjona
মন কাগজৰ নাওঁ সাজি সাজি মই উটুৱাও
সেয়ে জীৱন নদীৰ সোঁতে সোঁতে
কতনো যে গীত গাওঁ
মন কাগজৰ নাওঁ সাজি সাজি মই উটুৱাও।
Support Assamese Songs
দুয়ো পাৰে জিলিকিছে আশা নিৰাশা !
দুয়ো পাৰে জিলিকিছে আশা নিৰাশা !
হাঁহি আৰু বেজাৰৰে কত শলিতা !
অ’ তাকে দেখি ময়ো আজি
নিজক হেৰুৱাও !
মন কাগজৰ নাওঁ
সাজি সাজি মই উটুৱাও
JOI AAI A OM
মৰমৰে মায়া ভৰা এমুঠি জোনাকী
মৰমৰে মায়া ভৰা এমুঠি জোনাকী
কেতিয়াবা লাগে দেখোন নিচেই চিনাকি
অ’ সেয়েই আজি উটি ভাঁহি
নিজেই ভাল পাওঁ..!
মন কাগজৰ নাওঁ
সাজি সাজি মই উটুৱাও
সেয়ে জীৱন নদীৰ সোঁতে সোঁতে
কতনো যে গীত গাওঁ
মন কাগজৰ নাওঁ
সাজি সাজি মই উটুৱাও ৷৷
THANK YOU