APOL DUPOL
-JITRZ & KALPASHI GAYAN
Dedicate to
@ᑎIᑭᗩᑎⓙⓨⓞⓣⓘ🅳🅴🅺🅰
Hope U All Like it ☺️
এপল দূপল কৰি ধীৰে ধীৰে
মৰম হেপাহ জগাই💌
মনে মনে তুমি আছা উমলি
মোৰ আকাশতে🔮
🎻 music🎹
এপল দূপল কৰি ধীৰে ধীৰে
মৰম হেপাহ জগাই💌
মনে মনে তুমি আছা উমলি
মোৰ আকাশতে🔮
এপল দূপল কৰি ধীৰে ধীৰে
মৰম হেপাহ জগাই💌
মনে মনে তুমি আছা উমলি
মোৰ আকাশতে🔮
অজানা শিহৰণ দেহে মনে আজি
উভৰি উঠিছে💖
তোমাৰে নামৰে কবিতা আজি মোৰ
কলমে কাগজে 📖🖊️
অচিনা সুৰৰে সুৱাসে আজি মোৰ
কানে কাণে কি কলে 🗣️
আহিবা তুমি মোৰ কাষলে এদিন
গোপনে গোপনে🧚
এপল দূপল কৰি ধীৰে ধীৰে
মৰম হেপাহ জগাই💌
মনে মনে তুমি আছা উমলি
মোৰ আকাশতে 🔮
🎶 music🎶
প্ৰতিটো নিশাতে আজি ভাঁহি আহে
তোমাৰে চকু👰
সপোন এটি ৰচিগৈ আছা
তুমি মুৰেযে বুকুত🌺
প্ৰতিটো নিশাতে আজি ভাঁহি আহে
তোমাৰে চকু👰
সপোন এটি ৰচিগৈ আছা
তুমি মুৰেযে বুকুত💖
আ আ,,,,আ আ,,,আ
আ ,,আ,,,,,
অকলে অকলে নিজানতে ⛄
বিচাৰি এটি সুৰ গিতাৰতে🎸🎶
আবেলিৰে বেলিতিৰ সমুখতে🌄
তুমাৰে ভাবনাকে সামৰি🌌
কলমৰ আগে এশাৰী দুশাৰী📖🖊️
আঁকি যাও দুওৰে মৰমৰ নৈ💑
অকলে অকলে নিজানতে ⛄
বিচাৰি এটি সুৰ গিতাৰতে🎸🎶
আবেলিৰে বেলিতিৰ সমুখতে🌄
তুমাৰে ভাবনাকে সামৰি🌌
কলমৰ আগে এশাৰী দুশাৰী📖🖊️
আঁকি যাও দুওৰে,, মৰমৰ নৈ💑
লাহে লাহে লাহে♀️
মনে মনে মনে 👻
কওনে তোমাক কাণে কাণে🗣️
প্ৰতি পলে পলে♂️
চিঞৰো সিপাৰলে
আজুৰিবলে তোমাক🥰🎎
একেবাৰে,, কাষৰলে,,💑
একেবাৰে,,, জীৱনলে,,,,,,,👪
এপল দূপল কৰি ধীৰে ধীৰে
মৰম হেপাহ জগাই💌
মনে মনে তুমি আছা উমলি
মোৰ আকাশতে🔮
এপল দূপল কৰি ধীৰে ধীৰে
মৰম হেপাহ জগাই💖
মনে মনে তুমি আছা উমলি
মোৰ আকাশতে🔮
কওনে নকওঁ কথাতি তোমাক
ভাবি মই বিভোৰ🙇
পুৱাৰে পৰা আবেগৰো আবেগ
উপচি পৰিলে ।।♀️♂️
Thank You 😊