menu-iconlogo
huatong
huatong
avatar

Ei Khoni Gaon Xuwoni

Krishnamoni Nathhuatong
BIJIT_শিৱসাগৰীয়া💢🎸huatong
Тексты
Записи
গীত : এইখনি গাঁও শুৱনি

এলবাম : নুমলীয়া

কণ্ঠ : কৃষ্ণমণি নাথ

সংগীত : অভিজিৎ বর্মন

জয় আই অসম

এইখনি গাঁও শুৱনি

চিনাকি এই আলি

এই বাটে আহেনো সদায়

মোৰে মৰমী

চেনেহৰে বুটা বছা

ৰঙা ৰঙা ফুল

খোজে খোজে দিয়েনো সিঁচি

মৰমৰে বোল

আহো মই এই বাটে

তাইকেনো চাবলে ঐ

আহোঁ মই এই বাটে

তাইকেনো চাবলে

এইখনি গাঁও শুৱনি

চিনাকি এই আলি

এই বাটে আহেনো সদায়

মোৰে মৰমী

চেনেহৰে বুটা বছা

ৰঙা ৰঙা ফুল

খোজে খোজে দিয়েনো সিঁচি

মৰমৰে বোল

আহো মই এই বাটে

তাইকেনো চাবলে ঐ

আহো মই এই বাটে

তাইকেনো চাবলে

ট্ৰেক আপলোড : BIJIT_শিৱসাগৰীয়া

ৰঙা ৰঙা গোলাপৰে

কোমলনো পাহি

দুটি নয়নতে ভাঁহে

তাইৰে ছবি

ৰঙা ৰঙা গোলাপৰে

কোমলনো পাহি

দুটি নয়নতে ভাঁহে

তাইৰে ছবি

কোনেনো জানে কোন হ'ব

বুকুৰে আপোন

কাৰ মৰমত কাৰ পৰশত

ফুলিব সপোন

তথাপি মই আহো

তাইকেনো চাবলে ঐ

তথাপি মই আহোঁ

তাইকেনো চাবলে

এইখনি গাঁও শুৱনি

চিনাকি এই আলি

এই বাটে আহেনো সদায়

মোৰে মৰমী

চেনেহৰে বুটা বছা

ৰঙা ৰঙা ফুল

খোজে খোজে দিয়েনো সিঁচি

মৰমৰে বোল

আহো মই এই বাটে

তাইকেনো চাবলে ঐ

আহো মই এই বাটে

তাইকেনো চাবলে

ট্ৰেক আপলোড : BIJIT_শিৱসাগৰীয়া

আঁৰে আঁৰে বাৰে বাৰে

চাও নিৰৱে

জোনৰ দৰে মৰম লগা

তাইৰ ৰূপকে

আঁৰে আঁৰে বাৰে বাৰে

চাও নিৰৱে

জোনৰ দৰে মৰম লগা

তাইৰ ৰূপকে

যাব নোৱাৰো তাইৰ কাষ'লে

সাহসো যে নাই

ক'ব খুজিলেই মোৰ কথা বোৰ

ওঠতে হেৰাই

নাজানো কি কৰো

কি দৰে যে মই থাকো

নাজানো কি কৰো

কি দৰে যে মই থাকো

এইখনি গাঁও শুৱনি

চিনাকি এই আলি

এই বাটে আহেনো সদায়

মোৰে মৰমী

চেনেহৰে বুটা বছা

ৰঙা ৰঙা ফুল

খোজে খোজে দিয়েনো সিঁচি

মৰমৰে বোল

আহো মই এই বাটে

তাইকেনো চাবলে ঐ

আহো মই এই বাটে

তাইকেনো চাবলে

এইখনি গাঁও শুৱনি

চিনাকি এই আলি

এই বাটে আহেনো সদায়

মোৰে মৰমী

চেনেহৰে বুটা বছা

ৰঙা ৰঙা ফুল

খোজে খোজে দিয়েনো সিঁচি

মৰমৰে বোল

আহো মই এই বাটে

তাইকেনো চাবলে ঐ

আহোঁ মই এই বাটে

তাইকেনো চাবলৈ ঐ

আহো মই এই বাটে

তাইকেনো চাবলে ঐ

আহো মই এই বাটে

তাইকেনো চাবলে ঐ

cONtinuE...

Еще от Krishnamoni Nath

Смотреть всеlogo

Тебе Может Понравиться