Song : O Kokaiti Oi
Singer : Krishnamoni Nath
Album : Botah
Joi Aai Axom
কিনো উতনুৱা
কিহৰে বা লাগি
দেশতনো কিহৰে অপায়
কিনো সাঁচতীয়া
আমাৰ মৰমবোৰো
কিহৰ বা লাগি হেৰায়
অ ককাইটি ঐ
অ দদাইটি ঐ
দুটি মন থাকো
মিলিজুলি দেখো
এতিয়াও কিয় সজা নাই
কিনো উতনুৱা
কিহৰে বা লাগি
দেশতনো কিহৰে অপায়
কিনো সাঁচতীয়া
আমাৰ মৰমবোৰো
কিহৰ বা লাগি হেৰায়
অ ককাইটি ঐ
অ দদাইটি ঐ
দুটি মন থাকো
মিলিজুলি দেখো
এতিয়াও কিয় সজা নাই
ট্ৰেক আপলোড : BIJIT_শিৱসাগৰীয়া
চিনাকী মিঠামাত এষাৰ
এলাগী হ'ল
বুকুতে বাৰুদৰে ঘা
বিয়পি গ'ল
~~~~~~••••
প্ৰতিটো উশাহৰে
মূল্য নোহোৱা হল
প্ৰেমৰে পৃথিৱীতে বিহ যে
ভৰি ৰ'ল
প্ৰীতি এনাজৰী নাযাবা পাহৰি
অ ককাইটি ঐ
অ দদাইটি ঐ
দুটি মন থাকো
মিলিজুলি দেখো
এতিয়াও কিয় সজা নাই
কিনো উতনুৱা
কিহৰে বা লাগি
দেশতনো কিহৰে অপায়
কিনো সাঁচতীয়া
আমাৰ মৰমবোৰো
কিহৰ বা লাগি হেৰায়
অ ককাইটি ঐ
অ দদাইটি ঐ
দুটি মন থাকো
মিলিজুলি দেখো
এতিয়াও কিয় সজা নাই
Track Upload : Bijit Bor Gohain
আমাৰে ঘৰৰে ফুলনি বাগিছাত
ফুলিছে সাতোৰঙী ফুল
চাই যা বাটৰুৱা নয়নভৰি মাথো
চিঙিবৰ নকৰিবি ভুল
~~~~~~~••
নামৰে কঠীয়া শংকৰে সিঁচিলে
আজানে সম্প্ৰিতীৰে জ্ঞান
নৈয়ে নৈয়ে মিলি লুইতখন বাগৰি
গজালে সোনোৱালী ধান
নতুনক আদৰি,হাতত হাতে ধৰি
অ ককাইটি ঐ
অ দদাইটি ঐ
দুটি মন থাকো
মিলিজুলি দেখো
এতিয়াও কিয় সজা নাই
কিনো উতনুৱা
কিহৰে বা লাগি
দেশতনো কিহৰে অপায়
কিনো সাঁচতীয়া
আমাৰ মৰমবোৰো
কিহৰ বা লাগি হেৰায়
অ ককাইটি ঐ
অ দদাইটি ঐ
দুটি মন থাকো
মিলিজুলি দেখো
এতিয়াও কিয় সজা নাই
কোৰাছ : অ ককাইটি ঐ
অ দদাইটি ঐ
দুটি মন থাকো
মিলিজুলি দেখো
এতিয়াও কিয় সজা নাই
অ ককাইটি ঐ
অ দদাইটি ঐ
দুটি মন থাকো
মিলিজুলি দেখো
এতিয়াও কিয় সজা নাই