গীত : অলপ আশা
এলবাম : মৰিচীকা
কণ্ঠ : মৌচম গগৈ
কথা,সুৰ : মৌচম গগৈ
সংগীত ব্যৱস্থাপনা : অৰূপ দত্ত
জয় আই অসম
অলপ আশা জীয়াই থকাৰ
অলপ হেঁপাহ কিবা কৰাৰ
অলপ আশা জীয়াই থকাৰ
অলপ হেঁপাহ কিবা কৰাৰ
দিয়া তাৰেই প্ৰেৰণা
দুহাত মেলি ধৰানা
অলপ আশা জীয়াই থকাৰ
অলপ হেঁপাহ কিবা কৰাৰ
ট্ৰেক আপলোড : BIJIT_শিৱসাগৰীয়া
জীৱন মানে মৰিচীকা
বিচাৰিলেও একো
নোপোৱা নেদেখা
মৰম মানে বিভিষীকা
কোনেও বাধা দিবলে নোৱাৰা
জীৱন পথত হৈ ভাগৰুৱা
মৃত্যুৰ কোলাত হয় জিৰোৱা
অলপ আশা
জীয়াই থকাৰ
অলপ হেঁপাহ
কিবা কৰাৰ
Track Request : BituponDuarah1
জীৱন মানে এইয়া নহয়
মায়া মোহৰে বান্ধোনতে ৰোৱা
যদি পাৰা কৰি যোৱা
কোনেও পাহৰিবলে নোৱাৰা
যদিও তুমিও যোৱা আঁতৰি
থাকিব সদায় তোমাক সোঁৱৰি
অলপ আশা
জীয়াই থকাৰ
অলপ হেঁপাহ
কিবা কৰাৰ
অলপ আশা
জীয়াই থকাৰ
অলপ হেঁপাহ
কিবা কৰাৰ
দিয়া তাৰেই প্ৰেৰণা
দুহাত মেলি ধৰানা
অলপ আশা জীয়াই থকাৰ
অলপ হেঁপাহ কিবা কৰাৰ