কিনো মৰমৰ জৰী
কেনেকৈ ৰাখিবি ধৰি!
কিনো মৰমৰ জৰী
কেনেকৈ ৰাখিবি ধৰি!
ইমান যে থুনুকা
জানোচা ছিঙি যায়,
কিনো মৰমৰ জৰী.
🎵🎵Mmmusic🎵🎵
Track Delicate by@Dipsikha
🔔Follow@ MrinalMedhi
পদুলীৰে কপৌফুল জুপি
বেজাৰতে বাৰু
আছেনে উচুপি!
পদুলীৰে কপৌ ফুল জুপি
বেজাৰতে বাৰু
আছেনে উচুপি
আকোৱালি ধৰি
ৰাখিব নোৱাৰে
ফুলে থাকে
এৰি সৰি যায়
এই ভাল লগা
এই ভালপোৱা
ফুল ফুলি
যেন সৰি যোৱা!
এই ভাল লগা
এই ভালপোৱা
ফুল ফুলি
যেন সৰি যোৱা,
সৰেও যদি
তোৰ চকুলো টুপি
যাবই লাগিব
তই খুপি খুপি
মৰমেৰে তোক
ৰাখিছে ধৰি
মৰমতে থাকিবি জীয়াই।