কণ্ঠশিল্পী- Nekib
Track Request
Rupam & Jatindra
অ বিহু আহিছে ৰঙালী
ৰমকে জমকে
ঢোল পেপা বাজিছে চহৰে নগৰে
Track-Upload দেৱজিৎ-নাথ-মাজুলী
অ,,বিহু আহিছে ৰঙালী
ৰমকে জমকে
ঢোল পেপা বাজিছে চহৰে নগৰে
আও পুৰনি বিহু
সৌ আঁহতৰ তলত
আজিকালি বিহু
তি ভি চেনেলত
ঐ নাচা ভন্তি নাচ চাকিৰা হৈ ,,,
উ উ উ উ উ উ
উ উ উ উ উ উ
উ উ উ উ উ উ
উ উ উ উ উ উ
অ বিহু আহিছে ৰঙালী
ৰমকে জমকে
ঢোল পেপা বাজিছে চহৰে নগৰে
&-বিশেষ-কৃতজ্ঞতা-&
জেউতি & আৰাধনা পৰিয়ালবৰ্গ
Family ID 799036
কিনি আনিম লাৰু পিঠা বজাৰলে গৈ
মিচা মিচি ঘৰত কিয় লাগে বনাবলৈ
&&&&&&&&
অ কিনি আনিম লাৰু পিঠা বজাৰলে গৈ
মিচা মিচি ঘৰত কিয় লাগে বনাবলৈ
ল'ব কিয় লাগে ভন্তি খোপাত কপৌফুল
গালে মুখে ৰহন সানি
হলি বিউতিফুল
ঐ নাচা ভন্তি নাচ চাকিৰা হৈ,,,
উ উ উ উ উ উ
উ উ উ উ উ উ
উ উ উ উ উ উ
উ উ উ উ উ উ
Follow দেৱজিৎ নাথ মাজুলী
ঢোল পেপা গগনাৰ কিনো আছে কাম
নাগাই যদি হিন্দিগান গায়কৰ নাই দাম
&&&&&&&&
অ,,ঢোল পেপা গগনাৰ কিনো আছে কাম
নাগাই যদি হিন্দিগান গায়কৰ নাই দাম
দুৰৈৰ বিহুত বাজি আছে হানি সিংৰ গান
তাতে আকৌ ভাষন দিছে বিহু আমাৰ মান
ঐ নাচ ভন্তি নাচ চাকিৰা হৈ
উ উ উ উ উ উ
উ উ উ উ উ উ
উ উ উ উ উ উ
উ উ উ উ উ উ
&&&&&&&&&
আও পুৰনি বিহু
সৌ আঁহতৰ তলত
আজিকালি বিহু
তি ভি চেনেলত
ঐ নাচা ভন্তি নাচ চাকিৰা হৈ ,,,
&& ধন্যবাদ &&