menu-iconlogo
huatong
huatong
nekib-choor-buli-namaru-lor-cover-image

Choor Buli Namaru Lor

Nekibhuatong
BIJIT_শিৱসাগৰীয়াhuatong
Тексты
Записи
গীত:চুৰ বুলি

কণ্ঠ:নেকিব

কথা:দিগন্ত ভাৰতী

সুৰ:ৰেকিবুল

সংগীত ব্যৱস্থাপনা:দ্বীপকেশ বৰগোহাঁই

জয় আই অসম

চুৰ বুলি নামাৰো লৰ….

ৰৈ আছো যি কৰ কৰ

অ ভুল কৰা নাই ভালপাই

সঁপি দিও কলিজাডোখৰ

অ চুৰ বুলি নামাৰো লৰ

ৰৈ আছো যিকৰ কৰ

ভুল কৰা নাই ভালপাই

সঁপি দিও কলিজা ডোখৰ

মোৰ বুকুৰ উলাহে কয়

তোকেই লাগে

মোৰ মনৰ হেঁপাহেও

তোকে মাগে

মোৰ বুকুৰ উলাহে কয়

তোকেই লাগে

মোৰ মনৰ হেঁপাহেও

তোকে মাগে

মোৰ ভিতৰে বাহিৰে

পিৰীতিৰ এশ দুই জ্বৰ

অ চোৰ বুলি নামাৰো লৰ

ৰৈ আছো যিকৰ কৰ

ভুল কৰা নাই ভাল পাই

সঁপি দিলো কলিজা ডোখৰ

ট্ৰেক আপলোড:BIJIT_শিৱসাগৰীয়া

অ চৰাঘৰ সাজিমে

তাতে তোক ৰাখিমে

প্ৰেমৰে পখিলা হৈ ৰম

অ ৰাতি দিনে

অ চাওতা নালাগে

শুনোতাও নালাগে

অ বাৰমাহে বিহু মাৰি যাম

মনে মনে

মোৰ বুকুৰ উলাহে কয়

তোকেই লাগে

মোৰ মনৰ হেঁপাহেও

তোকেই মাগে

মোৰ বুকুৰ উলাহে কয়

তোকেই লাগে

মোৰ মনৰ হেঁপাহেও

তোকেই মাগে

মোৰ ভিতৰে বাহিৰে

পিৰীতিৰ এশ দুই জ্বৰ

অ অ অঅঅ

চোৰ বুলি নামাৰো লৰ

অ ৰৈ আছো যি কৰ কৰ

অ ভুল কৰা নাই ভাল পাই

সঁপি দিও কলিজা ডোখৰ

মিউজিক~~~~~~~~~

অ সপোনে হেচুকি

থেকেছি লেকেছি

জীৰাব নিদিয়ে এধানো

তোৰে নামত

অ নাজিৰাৰ নাজিৰে

অ কাজিয়া লগালে

অ দুয়ো মিলি ডুলি থাকিম

খালো শপত

মোৰ বুকুৰ উলাহে কয়

তোকেই লাগে

মোৰ মনৰ হেঁপাহেও

তোকেই মাগে

মোৰ বুকুৰ উলাহে কয়

তোকেই লাগে

মোৰ মনৰ হেঁপাহেও

তোকেই মাগে

মোৰ ভিতৰে বাহিৰে

পিৰীতিৰ এশ দুই জ্বৰ

চোৰ বুলি নামাৰো লৰ

ৰৈ আছো যি কৰ কৰ

অ ভুল কৰা নাই ভালপায়

সঁপি দিও কলিজা ডোখৰ!

ধন্যবাদেৰে !

Еще от Nekib

Смотреть всеlogo

Тебе Может Понравиться