menu-iconlogo
logo

Morome Dohi Jai

logo
avatar
Nilakshi Neoglogo
ßðrå.𝐊🎻সন্ধ্যাৰাগ♏🎻logo
Пой в Приложении
Тексты
মৰমে দহি যায়

নিলাক্ষী নেওগ

ৰে,০০,, ৰা,,

ৰে,০০,, ৰা,,,

চকুৱে চকুৱে কিনো কথা পাতে

বুকুৱে বুকুৱে বুজি নোপোৱাকে

চকুৱে চকুৱে কিনো কথা পাতে

বুকুৱে বুকুৱে বুজি নোপোৱাকে

অ' হ,, এখনি হৃদয়

তুমি আৰু মই

ঐ ভাৱনাতে উটি ভাহি বৈ,,,

যায় যায় মোৰ বুকুতে যেন

মৰমে দহি যায়

হায় ৰে হায় মই বলিয়া হওঁ

তোমাকে নো চাই চাই

যায় যায় মোৰ বুকুতে যেন

মৰমে দহি যায়

হায় ৰে হায় মই বলিয়া হওঁ

তোমাকে নো চাই চাই

Music upload

সন্ধ্যাৰাগ M ষ্টুডিঅ'

নুপুৰে ৰুণজুণ

বাজিছে গুণগুণ

তুমি পলাশ মোৰ

ময়ো ফাগুন হায়

ৰূপতে নজোন

কলিজাৰে সোণ

তুমি উসাহ মোৰ

জীয়া সপোন

লাজে লাজে আহি ৰ'লো কাষৰতে

খোজে খোজে তোমাৰে হৈ একেবাৰে

মনে মনে বুকু কঁপে হেঁপাহতে

ঘনে ঘনে বাঢ়ে মৰম নজনাকে

ঐ,, এখনি হৃদয়

তুমি আৰু মই

ভাৱনাত উটি ভাহি বৈ,,,

যায় যায় মোৰ বুকুতে যেন

মৰমে দহি যায়

হায় ৰে হায় মই বলিয়া হওঁ

তোমাকে নো চাই চাই

যায় যায় মোৰ বুকুতে যেন

মৰমে দহি যায়

হায় ৰে হায় মই বলিয়া হওঁ

তোমাকে নো চাই চাই

Thanks for using

Borah Kaliabor

ধন্যবাদ

Morome Dohi Jai от Nilakshi Neog - Тексты & Каверы