গীত:এনে হলে কেনে হয়
কণ্ঠ:প্ৰবীন বৰা,নিলাক্ষী নেওগ
এলবাম:জয় হনুমেন(অসমীয়া ছবি)
জয় আই অসম
m/অলপ অকনমান
দেখা পালেই চোন
মৰম মৰম যেন লাগে
অলপ অকনমান
ওচৰ হলেই চোন
মৰিম মৰিম যেন লাগে
f/পাহাৰীয়া ডাৱৰৰে কোলাত
উৰনীয়া ডাকোৱালে
লগৰীয়া লাজবোৰ লগাই
কিবাকিবি খং কৰে
m/ধাৰষাৰ নামি আহিছে
ভালপোৱা বোৰ ইমান
f/এনে হলেনো কেনে হয়
মই মাথো তোমাৰ
m/এনে হলেনো কেনে হয়
আমি মাথো আমাৰ
f/এনে হলেনো কেনে হয়
মই মাথো তোমাৰ
m/এনে হলেনো কেনে হয়
আমি মাথো আমাৰ
ট্ৰেক আপলোড:BIJIT_শিৱসাগৰীয়া
f/কুমলীয়া মোৰ,একাজলী ৰ'দ
তোমাৰ বাবেই পোহৰাই
নুমলীয়া মোৰ আশাবোৰ অ
তোমাৰ বাবেই মলিয়াই
m/মধুজোন মোৰ,মধুৰ সপোন
তুমি মোৰ আকাশ
ইমান নহয় কোনোযে আপোন
তুমি মোৰ উশাহ
f/এনে হলেনো কেনে হয়
মই মাথো তোমাৰ
m/এনে হলেনো কেনে হয়
আমি মাথো আমাৰ
f/এনে হলেনো কেনে হয়
মই মাথো তোমাৰ
m+f/এনে হলেনো কেনে হয়
আমি মাথো আমাৰ