menu-iconlogo
huatong
huatong
avatar

Jur Moloya (Short Ver.)

Priyanka Bharalihuatong
sarelle1huatong
Тексты
Записи
জয় আই অসম

নতুন আশা আনি দিব

নিতৌ পুৱা গধুলীতে

সৰি ৰব যেন সৰগৰে

মালতী সুখৰে

অ অ অ নতুন আশা আনি দিব

নিতৌ পুৱা গধুলীতে

সৰি ৰব যেন সৰগৰে

মালতী সুখৰে

অ জুৰ মলয়া

কোন দেশলৈ বাতৰি নিয়া

এই মাটিতে কহূঁৱা বনত

এবাৰ ৰৈ কৈ যোৱা

তুমি ৰৈ কৈ যোৱা

অ জুৰ মলয়া

কোন দেশলৈ বাতৰি নিয়া

এই মাটিতে কঁহূৱা বনত

এবাৰ ৰৈ কৈ যোৱা

তুমি ৰৈ কৈ যোৱা

Еще от Priyanka Bharali

Смотреть всеlogo