গীত : হেংডাং(বিহুগীত)২০২৩
কণ্ঠ : ৰাজীৱ শদিয়া
জয় আই অসম
লাগিব লাগে কিহত
লাগি আছো আমি কিহত
লাগি আছো আমি কিহত
কি চলিছে কি দেখিছো
সোনৰ অসমত
কোৰাছ~~~~~~~~~~
পিন্ধিবৰ সময় হল
ৰণৰে কৱচ
হেংদাং লবৰ হল
তুলি লৈ হাতত
ওলোৱা মিলি সকলোৱে
জাতি বচাবৰ হল
জাগা জাগা অসমীয়া
জাগিবৰ হল
ট্ৰেক আপলোড : BIJIT_শিৱসাগৰীয়া
জাতি মাটিৰ কথা
বহুজনেই কলে
বহুবাৰেই কলে
পিছে ডাঙৰ মানুহ
হবৰ পৰাই
বদনৰ ভাও ললে
কোৰাছ~~~~~~~~~
পিন্ধিবৰ সময় হল
ৰণৰে কৱচ
হেংদাং লবৰ হল
তুলি লৈ হাতত
ওলোৱা মিলি সকলোৱে
জাতি বচাবৰ হল
জাগা জাগা অসমীয়া
জাগিবৰ হল
ট্ৰেক অনুৰোধ : LatumoniBorgohain
ভাষা সংস্কৃতিৰ কথা
বহুতৰ মুখে মুখে
আখৈ ফুটাদি ফুটে
পিছে নিজৰ সন্তানক নপঢ়ুৱাই
মাতৃভাষাতে
কোৰাছ~~~~~~~~~
পিন্ধিবৰ সময় হল
ৰণৰে কৱচ
হেংদাং লবৰ হল
তুলি লৈ হাতত
ওলোৱা মিলি সকলোৱে
জাতি বচাবৰ হল
জাগা জাগা অসমীয়া
জাগিবৰ হল
কোৰাছ~~~~~~~~~
অ জয় আই অসম বুলি...
চিঞৰিব হল !
জয় আই অসম