menu-iconlogo
huatong
huatong
rajib-sadiya-tejot-uthise-cover-image

Tejot Uthise

RAJIB SADIYAhuatong
BIJIT_শিৱসাগৰীয়া💢🎸huatong
Тексты
Записи
গীত : তেজত উঠিছে

কণ্ঠ : ৰাজীৱ শদিয়া

জয় আই অসম

তেজত উঠিছে পিৰপিৰনি

ৰক্ত স্নানৰ মন

জাতিৰ পিঠিত মৰন শংকত

অন্ধ জনগন

তেজত উঠিছে পিৰপিৰনি

ৰক্ত স্নানৰ মন

জাতিৰ পিঠিত মৰন শংকত

অন্ধ জনগন

হেৰৌ কাণপুৰে গচকিছে

ৰংপুৰ বানপুৰ

চেপি খালে অসমীয়াৰ মন

অন্ধ সেনাৰে কি ৰণ জিকিবি

সেমেকি উঠিছে ক্ষণ

অন্ধ সেনাৰে কি ৰণ জিকিবি

সেমেকি উঠিছে ক্ষণ

তেজত উঠিছে পিৰপিৰনি

ৰক্ত স্নানৰ মন

জাতিৰ পিঠিত মৰন শংকত

অন্ধ জনগন

ট্ৰেক আপলোড : BIJIT_শিৱসাগৰীয়া

অ মামৰে ধৰিলে

হেংডান তৰোৱাল

পিতাইৰ সেমেকা চকু

মনত জ্বলিছে ক্ষোভৰ অগনি

বেদনাত দহিছে বুকু

অ মামৰে ধৰিলে

হেংডান তৰোৱাল

পিতাইৰ সেমেকা চকু

মনত জ্বলিছে ক্ষোভৰ অগনি

বেদনাত দহিছে বুকু

স্বপ্নবেশী জাতিয়তা বাবে

বিকিলে দৰদীৰ গান

ধান হেৰুৱালে গান হেৰুৱালে

হাতত হেৰুৱালে মান

ধান হেৰুৱালে গান হেৰুৱালে

হাতত হেৰুৱালে মান

তেজত উঠিছে পিৰপিৰনি

ৰক্ত স্নানৰ মন

জাতিৰ পিঠিত মৰন শংকত

অন্ধ জনগন

Track Request : BABU-SIVSASAGARIYA

অ ঘোষা মৰহিছে

কুৰূপা সৰিছে

চুকাফা পৰিছে খালত

হাল বুলি দাল মাৰোতেই

কাইট লাগিলে গলত

অ ঘোষা মৰহিছে

কুৰূপা সৰিছে

চুকাফা পৰিছে খালত

হাল বুলি দাল মাৰোতেই

কাইট লাগিলে গলত

জাতি আজি পিতৃহীন হ'ল

বঙালে পুৰাইছে ঠাই

জাতিৰ আজি উলংগ

ৰূপ দেখি

তলমুৰ কৰিছে আই

জাতিৰ আজি উলংগ

ৰূপ দেখি

তলমুৰ কৰিছে আই

তেজত উঠিছে পিৰপিৰনি

ৰক্ত স্নানৰ মন

জাতিৰ পিঠিত মৰন শংকত

অন্ধ জনগন

অন্ধ জনগন

অন্ধ জনগন

Еще от RAJIB SADIYA

Смотреть всеlogo

Тебе Может Понравиться