menu-iconlogo
huatong
huatong
avatar

Xapunot

Achurjya Barpatrahuatong
morganperrylesterhuatong
เนื้อเพลง
บันทึก
সপোনত কিয়

সপোনত কিয় আহি মনে মনে

আমনি কৰা...

অ...অ...অ...অ...

দিঠকত কিয় আহি পলকতে

আতৰি যোৱা...

না...না...না...অ...অ...অ...অ...

সপোনত কিয় আহি মনে মনে

আমনি কৰা...

দিঠকত কিয় আহি পলকতে

আতৰি যোৱা...

তুমি মই একে হৈ যামেগৈ

তৰা দূৰ দূৰলৈ

তৰা দূৰ দূৰলৈ

সপোনত কিয় আহি মনে মনে

আমনি কৰা...

অ...অ...অ...

অ...অ...অ...

যাও বুলি ভাবি, দুভৰি থমকে

জানানে ঘৰত নিদিয়ে তুমালে

কেনেকৈ বুজাও, নাজানো সচাঁকে

তুমাকে এৰি যাব নোৱাৰো আনলে

সুখৰ ভাল এঘৰ ধুমুহাই ভাঙিলে

কিদৰে থাকিমে আনৰ মৰমতে

কিদৰে থাকিমে আনৰ মৰমতে

তুমাক জোনে দি উমলাম,

তুমাক তৰা দি উমলাম

অ...অ...অ...

অ তুমাক জোনে দি উমলাম,

অ তুমাক তৰা দি উমলাম

তথাপিও তুমি গলেগৈ আতৰি

কেনেকৈ থাকিমে চকুলো সাৱতি

সৌ আকাশলে মই উৰি গুছি যাম

আকাশৰ তৰাটি হৈ জুমি জুমি চাম

আকাশৰ তৰাটি হৈ জুমি জুমি চাম

তুমাক জোনে দি উমলাম মই...

সপোনত কিয় আহি মনে মনে

আমনি কৰা...

দিঠকত কিয় আহি পলকতে

আতৰি যোৱা...

তুমি মই একে হৈ যামেগৈ

তৰা দূৰ দূৰলৈ

তৰা দূৰ দূৰলৈ

সপোনত কিয় আহি মনে মনে

আমনি কৰা...

###Thank You###

เพิ่มเติมจาก Achurjya Barpatra

ดูทั้งหมดlogo

อาจถูกใจคุณ