তাইৰ চকুযুৰিলে′ চাই
হিয়া মোৰ কঁপি যায়
তাইৰ চকুযুৰিলে' চাই
হিয়া মোৰ কঁপি যায়
বহু যুগৰে দেখা সপোন
তাইৰ দুচকুতে দেখা পায়
তাইৰ চকুযুৰিলে′ চাই
হিয়া মোৰ কঁপি যায়
কিয় জানো অজানিতে তাইলে' মন উৰি যায়!
কিয় জানো অজানিতে তাইলে' মন উৰি যায়!
অশ্ৰুসিকিত দুচকু
তাইৰ ভাৱনাই নিচুকায়
অশ্ৰুসিকিত দুচকু
তাইৰ ভাৱনাই নিচুকায়
তাইৰ চকুযুৰিলে′ চাই
হিয়া মোৰ কঁপি যায়