menu-iconlogo
huatong
huatong
jaybee-xaturongi-puhore---duet-cover-image

Xaturongi Puhore - Duet

Jaybeehuatong
เนื้อเพลง
บันทึก
কি সপোনে আহি

সানিলেহি ঢৌ

আবেগৰে নৈ

যাব খোজে বৈ

তোমালৈ

মৌনতাই আজি

আগুৰিলে মোক

বাৰে বাৰে গৈ

আজি থমকি ৰয়

তোমালৈ

সমীৰেও আহিলে পাখি মেলি

দুৰণিতে থাকিও কাষত তুমি

বিচাৰোঁ সীমনা ভেদি

আকাশেও কলে আহি আজি

তোমাকে লৈ ৰামধেনু আঁকি

হৃদয়ৰ দোমোজা ভাঙি

সাতুৰঙী পোহৰে

কিনো সুবাস বিলালে

বুজিও তুমি নুবুজানে

আলসুৱা মৰমে

কিনো কয় অজানিতে

বুজিও তুমি নুবুজানে

আহিবানে তুমি মোৰ কাষৰলে

তোমাতেই মৰম বোৰ বিলাবলে

অচিনা বতাহে মায়া আনে

দুবাহুৰ মাজতে জিৰাবলৈ

যদি তুমি বুজিনো চোৱা

লাহে লাহে খুলিনো কোৱা

মৰমৰ সূতিতে বোৱানা

เพิ่มเติมจาก Jaybee

ดูทั้งหมดlogo

อาจถูกใจคุณ