menu-iconlogo
huatong
huatong
avatar

Corona_Vaccine__By_Kumar_bhabesh

kumar bhabeshhuatong
Mrinal✊Medhihuatong
เนื้อเพลง
บันทึก
এ মাই ভাত হৈছি

ভাত হৈছি না

আলু এটা সানি দিয়ে

ভাত খাই যাও

বাঙনা এটা পুৰি দিয়ে

এ মাই

ভাত খাই যাও

(অ মাঙনাত মাৰা

বন কৰি আছু

দেখছা না নাই )

চৰকাৰী হস্পাতালত

কোৰণা মহামাৰীৰ

ডাক্তৰ বাবু হতে

ভেকচিন দিবা লাগছি -

ভেকচিন দিবা লাগছি

হা হা হা হেইয়া

হা হা হা হেইয়া

হা হা হা হেইয়া

হাহা হা হেইয়া

হে চৰকাৰী হস্পাতালত

কোৰণা মহামাৰীৰ

ডাক্তৰ বাবু হতে

ভেকচিন দিবা লাগছি-

ভেকচিন দিবা লাগছি

এ মাই ভেকচিনটো

লৈ আহো দে

ভাত হৈছি

ভাত হৈছি না

আলু এটা সানিদিয়ে

ভাত খাই যাও

মাই মই ভাত খাই যাও

হে চৰকাৰী হস্পাতালত

কোৰণা মহামাৰীৰ

ডাক্তৰ বাবু হতে

ভেকচিন দিবা লাগছি-

ভেকচিন দিবা লাগছি

এ মাই ভাত হৈছি

ভাত হৈছি না

ভেকচিনটো লৈ আহোদে

বাঙনা এটা পুৰি দিয়ে

ভাত খাই যাও

এ মাই

ভাত খাই যাও

Mmmusic

Track Delicate By

গৌতম ডেকা

Follow@ MrinalMedhi

(মৰি যাও তইয়ে

জ্বালা দি থাকাত চাই )

জীয়াই থাকাবা লাগব

মাই মই

খোৱাই থাকাব লাগব

মাই তোক

খোৱাই থাকাব লাগব

মাই তোক

হা হা হা হেইয়া

হা হা হা হেইয়া

হা হা হা হেইয়া

হাহা হা হেইয়া

হে জীয়াই থাকাবা লাগব

মাই মই

খোৱাই থাকাব লাগব

মাই তোক

খোৱাই থাকাব লাগব

মাই তোক

এ মাই

তোৰ চলিয়ে মই

হে জীয়াই থাকাবা লাগব

মাই মই

খোৱাই থাকাব লাগব

মাই তোক

খোৱাই থাকাব লাগব

মাই তোক

এ মাই মই

জীয়াই থাকাবা লাগব এ

চৰকাৰী হস্পাতালত

কোৰণা মহামাৰীৰ

ডাক্তৰ বাবু হতে

ভেকচিন দিবা লাগছি

ভেকচিন দিবা লাগছি

এ মাই

ভেকচিনটো লৈ আহোদে

ভাত হৈছি

ভাত হৈছি না

আলু এটা সানি দিয়ে

ভাত খাই যাও

ভাত খাই যাও

Mmmusic

Follow@ MrinalMedhi

বিয়া পাতাবা লাগব

মাই মই মাই

বৈৰাৰাক চাবা লাগব

মাই তই

বৈৰাৰাক চাবা লাগব

মাই তই

হা হা হা হেইয়া

হা হা হা হেইয়া

হা হা হা হেইয়া

হাহা হা হেইয়া

এ বিয়া পাতাবা লাগব

মাই মই মাই

বৈৰাৰাক চাবা লাগব

মাই তই

বৈৰাৰাক চাবা লাগব

মাই তই

এ মাই

মোৰ চলিৰ মুখ তই

চাই যাবা লাগবয়ে

এ বিয়া পাতাবা লাগব

মাই মই

বৈৰাৰাক চাবা লাগব

মাই তই

বৈৰাৰাক চাবা লাগব

মাই তই

এ মাই ভেকচিনটো

লৈ আহো দে

হে চৰকাৰী হস্পাতালত

কোৰণা মহামাৰীৰ

ডাক্তৰ বাবু হতে

ভেকচিন দিবা লাগছি

ভেকচিন দিবা লাগছি

হা হা হা হেইয়া

হা হা হা হেইয়া

হা হা হা হেইয়া

হাহা হা হেইয়া

হে চৰকাৰী হস্পাতালত

কোৰণা মহামাৰীৰ

ডাক্তৰ বাবু হতে

ভেকচিন দিবা লাগছি

ভেকচিন দিবা লাগছি

এ মাই

ভেকচিনটো লৈ আহোদে

ভাত হৈছি

ভাত হৈছি না

আলু এটা সানি দিয়ে

ভাত খাই যাও

ভাত খাই যাও

এ মাই

เพิ่มเติมจาก kumar bhabesh

ดูทั้งหมดlogo

อาจถูกใจคุณ