┅ ꧁BIJIT_শিৱসাৰীয়া PRESENTs꧂ ┅
?চেনাই মোৰ ঐ?
?বৰ্ণালী কলিতা & মৌচম গগৈ?
F~চেনাই মোৰ ঐ
টোপনী নধৰা হ'ল
চেনাই মোৰ ঐ
মাহ গৈ বছৰ পাৰ হ'ল
চকু বিষাই মোৰ বাটলে চাই
পাহৰিলি তই মোক হব পাই
M~সোণ তই মোৰ বুকুত আছ
তেনেকৈ বাৰু কিয় ভাবিছ
তোলে সোণৰ খাৰু লৈ যাম
ঐ জান
ব'হাগতে তোকে পিন্ধাম
F~চেনাই মোৰ ঐ
টোপনি নধৰা হ'ল
চেনাই মোৰ ঐ
মাহ গৈ বছৰ পাৰ হ'ল
________MuSiC________
?বিজিত বৰ গোহাঁই?
follow me for more assamese track
3
2
1
F~নালাগে সোণৰে গহনা আনিব
তোৰ মুখলে চাই হিয়া জুৰ পৰিব
~~~~~±~±~±~~~~~~
অ তই নহ'লে মোৰ একোৱেই নৰব
উকা মনৰে ঠাই কোনেনো পূৰাব
M~সোণ তোক দুচকুতে ৰাখো
ৰাতি হ'লেই সপোনতো দেখো
নাথাকিবি মনে মাৰি ঐ জান
নোৱাৰো তোক যাব পাহৰি
F~চেনাই মোৰ ঐ
টোপনি নধৰা হ'ল
চেনাই মোৰ ঐ
মাহ গৈ বছৰ পাৰ হ'ল
─┅═ ─┅═ ͜CISUM͡
for more clean track
F~নৈ ঘাটলে গৈ পাৰতে বহি লৈ
তোৰে কথা ভাবো সন্ধিয়া পৰলৈ
~~~~~~~~±±±±±~~~~~~~
অ শৰতে উমলা বালি ঘৰ সাজি লৈ
ভাবোতে চকুলো আহে দুচকুলৈ
M~সোন তোৰ মোৰ সপোনবোৰে
উমলিব জোন-তৰাৰ দৰে
মন ভাঙি যাব নিদিবি ,ঐ জান
কিছুদিন বুজাই ৰাখিবি
F~চেনাই মোৰ ঐ
টোপনি নধৰা হ'ল
চেনাই মোৰ ঐ
মাহ গৈ বছৰ পাৰ হ'ল
চকু বিষাই মোৰ বাটলে চাই
পাহৰিলি তই মোক হব পাই
M~সোণ তই মোৰ বুকুত আছ
তেনেকৈ বাৰু কিয় ভাবিছ
তোলে সোণৰ খাৰু লৈ যাম
ঐ জান
ব'হাগতে তোকে পিন্ধাম
F~চেনাই মোৰ ঐ
টোপনি নধৰা হ'ল
চেনাই মোৰ ঐ
মাহ গৈ বছৰ পাৰ হ'ল
?THANK YOU?