menu-iconlogo
huatong
huatong
avatar

HQ:OG✔Nahorore Koli Dekhixane Nai

Dipen Baruah/Namita Bhattacharyahuatong
Mrinal-Medhihuatong
Şarkı Sözleri
Kayıtlar
Album=Moromi

Singer:Dipen Baruah &

Namita Bhattacharya

Music Director:Ramen Baruah

পুৰুষ:-নাহৰৰে কলি

দেখিছাঁ নে নাই

তোমাৰ চকুযুৰি দেখোঁ

তেনেকুৱাই

এনে নাই নাই নাই

দেখা নাই !

নাৰী :- যা: ছি ছি

লাজ লাগি যায়...

পুৰুষ:- নাহৰৰে কলি

দেখিছাঁ নে নাই

তোমাৰ চকুযুৰি দেখোঁ

তেনেকুৱাই

এনে নাই নাই নাই

দেখা নাই !

নাৰী :- ছি ছি

লাজ লাগি যায়...

Mmmusic

সকলো সংগীত

অনুৰাগীলৈ গীতটি উৎসৰ্গিত

Follow MrinalMedhi

পুৰুষ:-হ’ল ডাঙৰ আইজনী

গাত নাইচোন তৰণি

চাই চাই মৰম লাগি যায়..!

নাৰী :- ৰং লগাই নিদিবা

মন উৰা মাৰিব

হেৰুৱালে পাবলৈ নাই..!

পুৰুষ:-কাৰেং যে

সোণেৰে সজা..!

কেনে মজা ৰাণী হ’বা

আনি দিম ৰজা..

নাৰী :- যা: ছি ছি

লাজ লাগি যায়...

পুৰুষ:- নাহৰৰে কলি

দেখিছাঁ নে নাই

তোমাৰ চকুযুৰি দেখোঁ

তেনেকুৱাই

এনে নাই নাই নাই

দেখা নাই !

নাৰী :-  ছি ছি

লাজ লাগি যায়...

Mmmusic

সকলো সংগীত

অনুৰাগীলৈ গীতটি উৎসৰ্গিত

Follow MrinalMedhi

পুৰুষ:-চাট মাৰি ধৰিছে

ৰূপ নে জুই জ্বলিছে

দেহা জ্বলি দেই পুৰি যায়...

নাৰী :- ভালপোৱা গংগালৈ

তাত গা ধুই আহাঁগৈ

তাতকৈ কি দিম উপায়...!

পুৰুষ:-সেইখন নৈ বাৰু কেনি ?

কিযে কৰোঁ অকলে

নাপাওঁ মই চিনি..

নাৰী :-ছি ছি

লাজ লাগি যায়...

পুৰুষ:-নাহৰৰে কলি

দেখিছাঁ নে নাই

তোমাৰ চকুযুৰি দেখোঁ

তেনেকুৱাই

এনে নাই নাই নাই

দেখা নাই !

নাৰী :-ছি ছি

লাজ লাগি যায়...

পুৰুষ:- নাহৰৰে কলি

দেখিছাঁ নে নাই

তোমাৰ চকুযুৰি দেখোঁ

তেনেকুৱাই

এনে নাই নাই নাই

দেখা নাই !

নাৰী :-ছি ছি

লাজ লাগি যায়...

ছি ছি লাজ লাগি যায়...

ছি ছি লাজ লাগি যায়...

ছি ছি লাজ লাগি যায়...

ছি ছি লাজ লাগি যায়... ৷৷

Dipen Baruah/Namita Bhattacharya'dan Daha Fazlası

Tümünü Görlogo

Beğenebilirsin