menu-iconlogo
huatong
huatong
mausam-gogoi-maya-maya-loga-cover-image

Maya Maya Loga

Mausam gogoihuatong
BIJIT_শিৱসাগৰীয়া💢🎸huatong
Şarkı Sözleri
Kayıtlar
গীত : মায়া মায়া লগা

কণ্ঠ : মৌচম গগৈ

কথা : মৌচম গগৈ

জয় আই অসম

মায়া মায়া লগা

এবুকু মৰম হিয়া ভৰা

দিয়া এবাৰ দিয়ানা

দিয়া এবাৰ দিয়ানা

ছায়া ছায়া লগা

তোমাৰে শীতল বুকুৰ ছায়া

দিয়া এবাৰ দিয়ানা

দিয়া এবাৰ দিয়ানা

অঘৰী বাসনা পিয়াসী যৌবনা

ঠিকনা বিচাৰি ৰয়

লিৰিকি বিদাৰি বুকুতে সামৰি

ৰাখিব বিচাৰো মই

মায়া মায়া লগা

এবুকু মৰম হিয়া ভৰা

দিয়া এবাৰ দিয়ানা

দিয়া এবাৰ দিয়ানা

ট্ৰেক আপলোড : BIJIT_শিৱসাগৰীয়া

বুকুখনি তোমাৰে

মোৰে জিৰনি চ'ৰা

উঠন উঠন উশাহৰ

কিযে গোপন আখৰা

--------ππππ

ও ও ওওওওও

বুকুখনি তোমাৰে

মোৰে জিৰনি চ'ৰা

উঠন উঠন উশাহৰ

কিযে গোপন আখৰা

আনা শাওনৰ মিঠা শিহৰণ

লাজুকি লাজুকি তৃষা

কামনাৰে পল হব ক্ষনিকৰ

ভাগৰি নাভাগৰা নিশা

মায়া মায়া লগা

এবুকু মৰম হিয়া ভৰা

দিয়া এবাৰ দিয়ানা

দিয়া এবাৰ দিয়ানা

অঘৰী বাসনা পিয়াসী যৌবনা

ঠিকনা বিচাৰি ৰয়

লিৰিকি বিদাৰি বুকুতে সামৰি

ৰাখিব বিচাৰো মই

Mausam gogoi'dan Daha Fazlası

Tümünü Görlogo

Beğenebilirsin