menu-iconlogo
huatong
huatong
avatar

Bogi Bogi Suwali Hai Oi Hai

Neel Akashhuatong
hellogooglehuatong
Şarkı Sözleri
Kayıtlar

Song...হাই ঐ ঈশ্বৰ ঐ

Singer..NEEL AKASH.

অ"" হঅ ,,অ"" হঅ ,,অহঅ

অ"" হঅ ,,অ"" হঅ ,,অহঅ ,

বগী বগী ছোৱালী

হাই ঐ হাই

মিচিকি হাঁহিৰে

খুলি খুলি খাই

মৰম লগাই আছিলা মোলৈ চাই

দিছা নেকি বুকুতে ঠাই

বগী বগী ছোৱালী

হাই ঐ হাই

মিচিকি হাঁহিৰে

খুলি খুলি খাই

মৰম লগাই আছিলা মোলৈ চাই

দিছা নেকি বুকুতে ঠাই

এ মইনা

লাগে যদি কোৱানা

গঢ়াই দিম মই গহণা

আৰু যদি লাগেনো দিম

মোৰে কোমল কলিজা

হাই ঐ ঈশ্বৰ ঐ

এনুৱা মৰমে

হাই ঐ ঈশ্বৰ ঐ

পগলা কৰিলে

হাই ঐ ঈশ্বৰ ঐ

এনুৱা মৰমে

হাই ঐ ঈশ্বৰ ঐ

পগলা কৰিলে অ'' অই

MUSIC

জান ঐ

এধানি এবানি কৰিলা হিয়াখনি

কলৈ যাং কি কৰোং লাগে

বুকু খন চপৰা চপৰে

খহিছে যেনে কৰি

বেছি দিন নেথাকিম ছাগে

এ মইনা তাকে ভাবি ছোৱানা

মনৰ জিহে যাতনা

আধাতেই নাভাঙিবা দেই

মুৰে কুমল কলিজা

হাই ঐ ঈশ্বৰ ঐ

এনুৱা মৰমে

হাই ঐ ঈশ্বৰ ঐ

পগলা কৰিলে অ''অ''অ"অই,,

MUSIC

অ"" হঅ ,,অ"" হঅ ,,অহঅ

অ"" হঅ ,,অ"" হঅ ,,অহঅ ,

আই কলা কলা

জানৈ পিতাই কলা কলা

জানৈ মই ধুৱাছাঙৰ

মই ধুৱাছাঙৰ গৰ

এই কবা কেনেবাকে

জানৈ দেখিপাব লাগিলে

জানৈ ভালুক বুলি নিদিবা

ভালুক বুলি নিদিবা লৰ

মইনা লাগে জদি কোৱা না

গঢ়াই দিম মই গহণা

আৰু জদি লাগেনু দিম

মোৰে কুমল কলিজা

হাই ঐ ঈশ্বৰ ঐ

এনুৱা মৰমে

হাই ঐ ঈশ্বৰ ঐ

পগলা কৰিলে

হাই ঐ ঈশ্বৰ ঐ

এনুৱা মৰমে

হাই ঐ ঈশ্বৰ ঐ

পগলা কৰিলে এ, অই ,

Neel Akash'dan Daha Fazlası

Tümünü Görlogo

Beğenebilirsin