গীত: মন পিচলি যাব
কন্ঠ: নেকিব
-----------
মন পিচলি যাব
তোমাক দেখি অ
মোৰ নিচিনা লৰাটি
ৰবনো কেনেকৈ
মন পিচলি যাব
তোমাক দেখি অ
মোৰ নিচিনা লৰাটি
ৰবনো কেনেকৈ
পদুমৰে পাঁহি
যেন তোমাৰে হাঁহি
বলিয়া কৰিছে
থাকোনো কেনেকৈ?
থাকোনো কেনেকৈ?
মন পিচলি যাব
তোমাক দেখি অ
মোৰ নিচিনা লৰাটি
ৰবনো কেনেকৈ
Track:Dr.hemanta.সুৰবাহিনী
চকুৱে চকুৱে
মাৰো নে মাৰোকৈ
হাঁহিটি মাৰিলা অ,
কেচাঁকৈ কলিজা
প্ৰেমৰে অগনি
নুমাব নোৱাৰো ঐ
চকুৱে চকুৱে
মাৰো নে মাৰোকৈ
হাঁহিটি মাৰিলা অ,
কেচাঁকৈ কলিজা
প্ৰেমৰে অগনি
নুমাব নোৱাৰো ঐ
বগাকৈ দুগালত
সপোনৰে খেলা
বলিয়া কৰিছে
থাকোনো কেনেকৈ
থাকোনো কেনেকৈ
মন পিচলি যাব
তোমাক দেখি অ
মোৰ নিচিনা লৰাটি
ৰবনো কেনেকৈ
Track:Dr.hemanta.সুৰবাহিনী
হিয়াৰে চোতালত
বৰেঘৰ সাজিছো
তোমাক আদৰিবলৈ
গোপনে গোপনে
কালৈ মন মেলিছা
কবতো নোৱাৰো ঐ
হিয়াৰে চোতালত
বৰেঘৰ সাজিছো
তোমাক আদৰিবলৈ
গোপনে গোপনে
কালৈ মন মেলিছা
কবতো নোৱাৰো ঐ
বুকুৰে সৰকি
তোমাৰে চাৱনি
বলিয়া কৰিছে
থাকোনো কেনেকৈ?
থাকোনো কেনেকৈ৷
মন পিচলি যাব
তোমাক দেখি অ
মোৰ নিচিনা লৰাটি
ৰবনো কেনেকৈ
মন পিচলি যাব
তোমাক দেখি অ
মোৰ নিচিনা লৰাটি
ৰবনো কেনেকৈ
পদুমৰে পাঁহি
যেন তোমাৰে হাঁহি
বলিয়া কৰিছে
থাকোনো কেনেকৈ?
থাকোনো কেনেকৈ?
মন পিচলি যাব
তোমাক দেখি অ
মোৰ নিচিনা লৰাটি
ৰবনো কেনেকৈ
ধন্যবাদ
০০০