menu-iconlogo
logo

Sesa Pori Jabo (From "Rodali")

logo
Şarkı Sözleri
গীত: চেঁচা পৰি যাব

কন্ঠ: নেকিব

চেঁচা পৰি যাব বুকুৰে মৰম

হিয়া দহি যাব, নেপালে মৰম

তুমিতো দেখিচাই মনৰে মাজত

উমি উমি জুই জ্বলিছে বুকুৰ মাজত

মই আছো কিদৰে ঐ

অ -------অ

চেঁচা পৰি যাব বুকুৰে মৰ--ম

$ $ $

মইতো নেজানো, মইতো নোবোজো

পায়ো হেৰুৱাৰে বেথা

কবলে খুজিও কবকে নোৱাৰো

গুপুতে ৰয় বহু কথা

তুমিয়েই জানা মোৰ আশা

অ ---- অ

যহি খহি যাব মনৰে গড়া

দিবানে আহি মোক গুপুতে ধৰা

তুমিতো দেখিচাই মনৰ মাজত

উমি উমি জ্বলিছে বুকুৰে মাজত

মই আছো কিদৰে ঐ

অ ---- অ

চেঁচা পৰি যাব বুকুৰে মৰ--ম

$ $ $

কিনো মায়াৰে, জোৰকৈ বান্ধিছা

হৃদয়ৰে আকুলতা

জুখিব খুজিও, জুখিব নোৱাৰি

প্ৰণয়ৰে বিশালতা

তুমিয়ে জানা, মোৰ আশা

অ ---- অ

যহি খহি যাব মনৰে গড়া

দিবানে আহি মোক গুপুতে ধৰা

তুমিতো দেখিচাই মনৰ মাজত

উমি উমি জ্বলিছে বুকুৰ মাজত

মই আছো কিদৰে ঐ

অ ---- অ

চেঁচা পৰি যাব বুকুৰে মৰম

হিয়া দহি যাব, নেপালে মৰম

তুমিতো দেখিচাই মনৰে মাজত

উমি উমি জ্বলিছে বুকুৰে মাজত

মই আছো কিদৰে ঐ

অ -------অ

অ ------অ