menu-iconlogo
huatong
huatong
avatar

Rangdhali Rosoki(Rabha Sangeet)

Priyanka Bharalihuatong
BIJIT_শিৱসাগৰীয়াhuatong
Şarkı Sözleri
Kayıtlar
গীত:ৰাংঢালী ৰচকী(ৰাভাসংগীত)

কণ্ঠ:প্ৰিয়ংকা ভৰালী

কথা,সুৰ:বিষ্ণুপ্ৰসাদ ৰাভা

সংগীত ব্যৱস্থাপনা:অনিৰূদ্ধ বৰুৱা

জয় আই অসম

ৰাংঢালী ৰচকী ৰ'দতে

ৰাঙলী বোল

ৰাংঢালী ৰচকী ৰ'দতে

ৰাঙলী বোল

ৰচকী দেহাৰে ভাজত তিৰেবিৰে

কৰে যে সোনোৱালী কিযে ৰোল

ৰচকী দেহাৰে ভাজত তিৰেবিৰে

কৰে যে সোনোৱালী কিযে ৰোল

ৰাংঢালী ৰচকী ৰ'দতে

ৰাঙলী বোল

ৰাংঢালী ৰচকী ৰ'দতে

ৰাঙলী বোল

ট্ৰেক আপলোড:BIJIT_শিৱসাগৰীয়া

মুগাৰ মেখেলাৰে দোলতে ডুলি

ফুলাম গাজলীয়া গাতে শুৱনি

~~~~~~~~~~~•••••

মুগাৰ মেখেলাৰে দোলতে ডুলি

ফুলাম গাজলীয়া গাতে শুৱনি

পাতলী দেহাৰে ৰূপতে ৰূপহী

সাজি পাৰি নাচে আপোন বিভোৰ

পাতলী দেহাৰে ৰূপতে ৰূপহী

সাজি পাৰি নাচে আপোন বিভোৰ

ৰাংঢালী ৰচকী ৰ'দতে

ৰাঙলী বোল

ৰাংঢালী ৰচকী ৰ'দতে

ৰাঙলী বোল

Track Request - Himakshi Lohor

জেতুকাৰ বোলেৰে বোলোৱা ভৰিতে

তালে তালে বাজে নাচনীৰ নেপুৰ

জেতুকাৰ বোলেৰে বোলোৱা ভৰিতে

তালে তালে বাজে নাচনীৰ নেপুৰ

নুপূৰ জোনেবিৰি কৰে যে লৰচৰ

লগত কেশৰীয়া কিযে মনোহৰ

নুপূৰ জোনেবিৰি কৰে যে লৰচৰ

লগত কেশৰীয়া কিযে মনোহৰ

উঠেহি শুৱলা সুৰৰে ৰোল

উঠেহি শুৱলা সুৰৰে ৰোল

ৰাংঢালী ৰচকী ৰ'দতে

ৰাঙলী বোল

ৰাংঢালী ৰচকী ৰ'দতে

ৰাঙলী বোল

ৰচকী দেহাৰে ভাজত তিৰেবিৰে

কৰে যে সোনোৱালী কিযে ৰোল

ৰচকী দেহাৰে ভাজত তিৰেবিৰে

কৰে যে সোনোৱালী কিযে ৰোল

ৰাংঢালী ৰচকী ৰ'দতে

ৰাঙলী বোল

ৰাংঢালী ৰচকী ৰ'দতে

ৰাঙলী বোল...

Priyanka Bharali'dan Daha Fazlası

Tümünü Görlogo

Beğenebilirsin