menu-iconlogo
logo

Barikhare Banot

logo
Şarkı Sözleri
Follow me : Arabinda Patar

বাৰিষাৰে বানত

অ’ দাদা

পৰিছে নে মনত

তোৰ দাদা …

বাৰিষাৰে বানত

অ’ বাবু

পৰিছে নে মনত

তোৰ বাবু

ব’ঠা মাৰিছেলো যে

কলৰে নাঁৱ্ত

ধেমালি ধেমালিতে যাঁও দূৰলৈ

ভয়ে ভয়ে আহোঁ ঘৰলৈ …

বাৰিষাৰে বানত

অ দাদা

পৰিছে নে মনত

তোৰ দাদা

ব’ঠা মাৰিছেলো যে

কলৰে নাঁৱ্ত

মিঠা মিঠা কথাবোৰ

আছেনে মনত

মন যায় উভতি ঘৰলৈ …

অ’অ’অ’অ’অ’অ’

চোতালত একাঠু

পদূলিত এবুক

সাতুঁৰি সাতুঁৰি থাকো

অ’অ’দেউতাৰে কোলাত

ভণ্টিয়ে কান্দে

বাৰে বাৰে জোকাইছিলো …

লুকাই লুকাই

আয়ে কান্দে চুকত

কি কৰো নকৰোঁ

আমিও বিপাঙত

আজি দেখোঁ পৰে মনত

অ’ বাবু

মোৰো জান’ পৰে মনত …

অ’অ’অ’অ’অ’অ’......

অ’ অ’ অ’

আমলখি ডালত ফেৰেঙনিত বহি

বৰশী বাঁও তোৰে লগত .....

অ’ বিনাৰ ওপৰত

বিচনা তুলি লৈ

আছিলো সপোনৰ দেশত

সেই সপোনে কৰে

আজিও আমনি

ৰঙে-ৰসে ভৰা

ল’ৰালিৰ কাহিনি

আজি দেখাঁ পৰে মনত

অ’ দাদা

মোৰ জান’ পৰে মনত …

অ’অ’অ’অ অ’অ’....

বাৰিষাৰে বানত

অ’ বাবু

পৰিছে নে মনত

তোৰ বাবু

ব’ঠা মাৰিছেলো যে

কলৰে নাঁৱ্ত

মিঠা মিঠা কথাবোৰ

আছেনে মনত

মন যায় উভতি গাঁওলৈ ....

Zubeen Garg/Babu Baruah, Barikhare Banot - Sözleri ve Coverları