গীত : মোৰ ফেচবুকত তুমি(Short)
কণ্ঠ : জুবিন গাৰ্গ,চন্দনা শৰ্মা
নাটক : মোৰ ফেচবুকত তুমি
থিয়েটাৰ ভাগ্যদেৱী২০১৫-১৬
সংগীত : অজয় ফুকন
জয় আই অসম
m/নীলিম তোমাৰ দুচকুতে
এধানি মৰম বৰষে
হৃদয়ত তোমাৰ ৰঙীন ছবি
এটি এটি পল তোমাক সুঁৱৰি
মোৰ ফেচবুকত তুমি...
মোৰ ফেচবুকত তুমি !
মোৰ ফেচবুকত তুমি...
মোৰ ফেচবুকত তুমি !
ট্ৰেক আপলোড : BIJIT_শিৱসাগৰীয়া
ট্ৰেক অনুৰোধ : NILONJONA
f/মনে হিয়াক সোধে
তোমাৰেই কথা
ভালপাও তোমাকেই মই
~~~~~~~~~~••••
m/অ অ গোপনে হৃদয়ে
দিলেহি বতৰা
ভালপাও সাগৰৰ সমান
দাপোন দাপোন মোৰ হৃদয়
সপোন সপোন এই সময়
আৱেগে আৱেগেনো কয়
মোৰ ফেচবুকত তুমি...
মোৰ ফেচবুকত তুমি !
মোৰ ফেচবুকত তুমি...
মোৰ ফেচবুকত তুমি !