ওহো হো ও ----
ও ওহো হো ও
ও ওহো ও ওও --
Mmmmusic----
Uplode-Mrinal-Medhi
চকুলে চালে তোমাৰ মৰম লাগি যাই বুকু খন কিয় আজি ৰমেৰমাই
আহানা কষালৈ
হিয়াৰে মাজলৈ
ঐ মায়া ভৰা দুচকুতে
সেন্দুৰীয়া দুগালতে
কিনো যাদু আছে
দেখোঁ তোমাক সোপনতে
ৰলা আহি কাষৰতে
মিঠা মিঠা পুলক জাগে এএ
Mmmusic----
Hits off KumarBhabesh
তোমালৈ চালে মনৰ হেপাহ নপলাই
তোমালৈ চালে মনৰ হেপাহ নপলাই
আজি কিয় তোমাক ইমান মৰম লাগি যাই
তোমালৈ চালে মনৰ হেপাহ নপলাই
তোমালৈ চালে মনৰ হেপাহ নপলাই
আজি কিয় তোমাক ইমান মৰম লাগি যাই
আহানা কাষলৈ হিয়াৰে মাজলৈ
ঐ মায়া ভৰা দুচকুতে সেন্দুৰীয়া দুগালতে
কিনো যাদু আছে
দেখোঁ তোমাক সোপোনতে
ৰলা আহি কাষৰতে
মিঠা মিঠা পুলক
জাগে এ এএ
হে চকুলে চালে তোমাৰ মৰম লাগি যাই
বুকুখন কিয় আজি ৰমেৰমাই
আহানা কাষলৈ হিয়াৰেই মাজলৈ
Mmmusic---
Hits off KumarBhabesh
মিচিকিয়াই হাঁহি ম মোৰ
মন ভুলালা
মিচিকিয়াই হাঁহি মোৰ
মন ভুলালা
উতনুৱা দেহা মোৰ কিয়
জ্বলালা
Mmmusic
মিচিকিয়াই হাঁহি ম মোৰ
মন ভুলালা
মিচিকিয়াই হাঁহি মোৰ
মন ভুলালা
উতনুৱা দেহা মোৰ কিয়
জ্বলালা
আহানা কষলৈ হিয়াৰে এ মাজলৈ
এ মায়াভৰা দু চকুতে সেন্দুৰীয়া দুগালতে
কিনো যাদু আছে
দেখোঁ তোমাক সোপনতে ৰলা আহি কাষৰতে
মিঠা মিঠা পুলক
জাগে এ এ এ
এহে চকুলে চালেই তোমাৰ মৰম লাগি যাই
বুকুখনো কিয় আজি ৰমেৰমাই
আহানা কাষলৈ
হিয়াৰেই মাজলৈ
ঐ মায়া ভৰা দুচকুতে
সেন্দুৰীয়া দুগালতে
কিনো যাদু আছে
দেখোঁ তোমাক সোপনতে
ৰলা আহি কাষৰতে
মিঠা মিঠা পুলক জাগে এএ
ওহো হো ও ----
ও ওহো হো ও
ও ওহো ও ওও -