menu-iconlogo
huatong
huatong
avatar

HQ-(Dehajan) kinu Jogor

kumar bhabeshhuatong
Mrinal🇮🇳Medhiসুৰদেউলhuatong
بول
ریکارڈنگز
Upload-MrinalMedhi

Mকিনো জগৰ লগালো

আছা অচিনাকী হৈ

চকুলে ও নোচোৱা মোক

আজি মৰম লগাকৈ

Mmmusic----

কিনো জগৰ লগালো

আছা অচিনাকি হৈ

চকুলে ও নোচোৱা মোক

আজি মৰম লগাকৈ

বিহু বিহু জানোঁ গাত

তোমাৰে সোণ লগা নাই

নাচনী সাজেৰে সাজি

কিয় মৰম যচা নাই

Mmmusic----

Fএ নকবা সোণ তেনেকৈ

অন্তৰ দহি যোৱাকৈ

থাকিব পাৰো জানোঁ

তোমাকে সোণ এৰি থৈ

নকবা সোণ তেনেকৈ

অন্তৰ দহি যোৱাকৈ

থাকিব পাৰো জানোঁ

তোমাকে সোণ এৰি থৈ

অন্তৰৰে মৰম বোৰ

যতনাই মই ৰাখিছো

বুকু ভৰাই দিবলৈ

চেগ বিছাৰি ফুৰিছোঁ

Mmmmusic-----,,

₹500₹

Mতোমাক লৈ দেখিছোঁ জানা

কত মধুৰ কল্পনা

বিহুৰ দিনত নিদিবা

তুমি ইমান যাতনা

তোমাক লৈ দেখিছোঁ জানা

কত মধুৰ কল্পনা

বিহুৰ দিনত নিদিবা

তুমি ইমান যাতনা

নাযাবা দেই আতৰি

নাযাবা মোক পাহৰি

যোৱা যদি আঁতৰি

জীৱন হব অঘৰী

₹₹₹₹mmmusic----

Fএ মৰমৰে দেহাজান

নাযাও তোমাক পাহৰি

জনমে মৰণে মই

তোমাৰেই হম লগৰী

মৰমৰে দেহাজান

নাযাও তোমাক পাহৰি

জনমে মৰণে মই

তোমাৰেই হম লগৰী

আমাৰ মিঠা সপোনবোৰ

কেতিয়া সঁচা হব

যাতনাৰ বিপৰীতে

জীৱন হব সুমধুৰ

Mmmusic----

Mআশাৰে সোণ কাৰেংঘৰ

হেপাহেৰে সাজিছো

বুকুৰ মৰম চেনেহ বোৰ

তোমালৈ সোণ সাঁচিছো

আশাৰে সোণ কাৰেংঘৰ

হেপাহেৰে সাজিছো

বুকুৰ মৰম চেনেহ বোৰ

তোমালৈ সোণ সাঁচিছো

সদায় ৰবা কষত মোৰ

সোপোনও দিঠক হ'ব

তোমাক যে সোণ নাপালে

জীৱনটোও অসাৰ হব

Fএ মৰমৰে দেহাজান

তুমি এ মোৰ বুকুৰ ধন

সাৰে থাকো নিশাও

তোমাৰ কথাই ভাবি সোণ

মৰমৰে দেহাজান তুমি

এ মোৰ বুকুৰ ধন

সাৰে থাকো নিশাও

তোমাৰ কথাই ভাবি সোণ

তোমাকেই সপিলো মই

মোৰ এই গাভৰু মন

এই মৰম ভালপোৱা হ'বনে যুগমীয়া

Mmmusic----

Mকিনো জগৰ লগালো

আছা অচিনাকী হৈ

চকুলে ও নোচোৱা মোক

আজি মৰম লগাকৈ

F নকবা সোণ তেনেকৈ

অন্তৰ দহি যোৱাকৈ

থাকিব পাৰো জানোঁ

তোমাকে সোণ এৰি থৈ

kumar bhabesh کے مزید گانے

تمام دیکھیںlogo

یہ بھی پسند آسکتا ہے