গীত : ডেউকা লগালো
এলবাম : পগলা মন vol2
কণ্ঠ : নেকিব,চয়নিকা
কথা,সুৰ : চন্দন
সংগীত : অৰূপ দত্ত
জয় আই অসম
M/ডেউকা লগালো উৰি যাবলে
তোমাকে বিচাৰি কাষতে পাবলে
মন মোৰ উথলে
কিনো আবেগ দোলে
বুকুৰ বেথাটি হিয়াতে লৈ
F/বেলি লুকালে তৰা জ্বলিছে
তোমাৰে মুখ খনি মনতে পৰিছে
মনৰ পদূলী কিয়নো খেলিমেলি
তোমাৰে মুখৰে ছবিকে লৈ
M/ডেউকা লগালো উৰি যাবলে
ট্ৰেক আপলোড : BIJIT_শিৱসাগৰীয়া
M/দুৱৰি দলিচাত নিয়ৰে চুমিলে
কিয়নো আহা সোন মনৰে মাজলে
ঔ ঔ ঔ হৌ হৌ ঔ
M/দুৱৰি দলিচাত নিয়ৰে চুমিলে
কিয়নো আহা সোন মনৰে মাজলে
F/শালিকা জনীয়ে কিনো কথা পাতে
জানানে তেতিয়া বিচাৰো কাষতে
M/ মন মোৰ উথলে
কিনো আবেগ দোলে
বুকুৰ বেথাটি হিয়াতে লৈ
ডেউকা লগালো উৰি যাবলে
তোমাকে বিচাৰি কাষতে পাবলে
Track Request=DHON S.K.D
M/দুৰতে আছানে ভালে ঐ কুশলে
অকলে থাকিলে মনত নপৰেনে
ঔ ঔ ঔ ঔ হৌ হৌ ঔ
দুৰতে আছানে ভালে ঐ কুশলে
অকলে থাকিলে মনত নপৰেনে
F/নকৈয়ো নোৱাৰো বুকু জ্বলে পুৰে
কিদৰে আছো মই অকলে অকলে
M/ মন মোৰ উথলে
কিনো আবেগ দোলে
বুকুৰ বেথাটি হিয়াতে লৈ
ডেউকা লগালো উৰি যাবলে
তোমাকে বিচাৰি কাষতে পাবলে
মন মোৰ উথলে
কিনো আবেগ দোলে
বুকুৰ বেথাটি হিয়াতে লৈ
F/বেলি লুকালে তৰা জ্বলিছে
তোমাৰে মুখ খনি মনতে পৰিছে
মনৰ পদূলী কিয়নো খেলিমেলি
তোমাৰে মুখৰে ছবিকে লৈ
M/ডেউকা লগালো উৰি যাবলে