menu-iconlogo
logo

Duborite hepah nilkashi neog

logo
بول
A.R PRESENT

Duborite niyore

artist nilakshi neog

album hepah

upload be Abdul rejjak

দুবৰিতে নিয়ৰৰে মুকুতা জিলিকে...

হিমচেচাঁ বতাহ জাকে মোক উৰুৱাই নিলে...

জুমি জুমি চাওঁ মই কুঁৱলিৰ সিপাৰে...

বহু ৰাতি বহু পল ৰৈ আছোঁ তোমালে...

মনলে ভাঁহি আহে সেই আবেলি...

ল'ৰালিৰ ধূলিবালি ৰজা ৰাণী...

দুবৰিতে নিয়ৰৰে মুকুতা জিলিকে...

হিমচেচাঁ বতাহ জাকে মোক উৰুৱাই নিলে...

দুবৰিতে...

ল'ৰালি বিছাৰি নাওঁ মেলি

দিলো শুৱৰণিৰ বৰষুণ...

উজায়ে নাওঁ যায় বৰষুণে

তিয়াই বতাহে গায় ৰুণজুণ

ভাৱনাত বুৰ গৈ নিজকে হেৰুৱাও

তুমি কাষত আহি ৰোৱা যেন লাগে

বুকুৰে কোণতে ল'ৰালিৰ আবেলি

ধৌ তুলি গুচি যায় আজি সঘনে...

দুবৰিতে নিয়ৰৰে মুকুতা জিলিকে...

হিমচেচাঁ বতাহ জাকে মোক উৰুৱাই নিলে...

জুমি জুমি চাওঁ মই কুঁৱলিৰ সিপাৰে...

বহু ৰাতি বহু পল ৰৈ আছোঁ তোমালে...

মনলে ভাঁহি আহে সেই আবেলি...

ল'ৰালিৰ ধূলিবালি ৰজা ৰাণী...

দুবৰিতে নিয়ৰৰে মুকুতা জিলিকে...

হিমচেচাঁ বতাহ জাকে মোক উৰুৱাই নিলে...

(মোক উৰুৱাই নিলে...)

Duborite hepah nilkashi neog بذریعہ Nilakshi Neog - بول اور کور