menu-iconlogo
huatong
huatong
avatar

Puwoti Nikhate/পুৱতি নিশাতে

Priyanka Bharalihuatong
দেৱজিৎ-নাথ-মাজুলীhuatong
بول
ریکارڈنگز
কণ্ঠশিল্পী~ প্ৰিয়ংকা ভৰালী

ট্ৰেক-অনুৰোধ Rumi~গীতিমঞ্জুৰী

পুৱতি নিশাতে উঠো সাৰ পাই

কাষতে দেখো তুমি নাই নাই নাই

কিযে অভিমানি সপোন এচাতি আহি

দিয়ে তোমাৰ কথা মোক সোঁৱৰাই

পুৱতি নিশাতে উঠো সাৰ পাই

কাষতে দেখো তুমি নাই নাই নাই

কিযে অভিমানি সপোন এচাতি আহি

দিয়ে তোমাৰ কথা মোক সোঁৱৰাই

পুৱতি নিশাতে উঠো সাৰ পাই।

~Upload দেৱজিৎ-নাথ-মাজুলী

দুৰ দুৰনিত চিনাকি চিনাকি

শুনিছোঁ মিঠা গান

ৰিণিকী ৰিণিকী

~~~&~~~

অ,,মই নিজকে নিজেই সুধিছো

হয়নে মিলনৰ সেই মিঠা সুৰ তি

মন পাখি মেলি যাই,,!

~~~&~~~~

পুৱতি নিশাতে উঠো সাৰ পাই

কাষতে দেখো তুমি নাই নাই নাই

কিযে অভিমানি সপোন এচাতি আহি

দিয়ে তোমাৰ কথা মোক সোঁৱৰাই

পুৱতি নিশাতে উঠো সাৰ পাই।

ট্ৰেক-অনুৰোধ Rumi~গীতিমঞ্জুৰী

মন গগনৰ তুমি এ তৰালি

এন্ধাৰক নেওচি জ্বলি থকা জোনতি

~~~&~~~

অ,,মন প্ৰভাতৰ

তুমি এ বেলি তি

সিচি দিয়া পৃথিৱীক

পোহৰৰে হাঁহি

মনে তোমাকে ধিয়াই,,

~~~&~~~

পুৱতি নিশাতে উঠো সাৰ পাই

কাষতে দেখো তুমি নাই নাই নাই

কিযে অভিমানি সপোন এচাতি আহি

দিয়ে তোমাৰ কথা মোক সোঁৱৰাই

পুৱতি নিশাতে উঠো সাৰ পাই

কাষতে দেখো তুমি নাই নাই নাই

কিযে অভিমানি সপোন এচাতি আহি

দিয়ে তোমাৰ কথা মোক সোঁৱৰাই

পুৱতি নিশাতে উঠো সাৰ পাই

~ধন্যবাদেৰে~দেৱজিৎ~

Priyanka Bharali کے مزید گانے

تمام دیکھیںlogo

یہ بھی پسند آسکتا ہے